এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
সংগ্ৰাম
কোৱা সঁচাকৈয়ে বাৰু হেৰা বিচক্ষণ!
সংগ্ৰাম বিহীন প্ৰাণ কিহৰ কাৰণ?
জনমৰেপৰা চোৱা মৃত্যু পৰিমিত।
সাধুজনে বুজ কৰা বিধিৰ বিহিত।
তেন্তে কয় পিছ ভৰি, নকৰি সংগ্ৰাম?
সংগ্ৰাম আৰাম, হেৰ, সংগ্ৰাম আৰাম।
১৮৩৫ শক।
জেঠ, হাওড়া।
সোণৰ শিকলি
মাহ খ সোণৰ শিবলি,
ঈশ্বৰৰ দান।
দণ্ড পল একোটা আ ঠি,
| পায় গৈ বৈকুণ্ঠৰ থান!
শিকলি যে ছিগি যাব চাবা,
| যাত্ৰা শেষ নৌহওঁতেই;
সাবধানে বাট বুলি যাব,
শুচি আৰু সমন হৈ।
- ৮৩৫ *ক।
আহাৰ, হাওড়া!