পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/১১০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


মহাপ্ৰয়াণৰ যাত্ৰী (গীত } মহাপ্ৰয়াণৰ যাত্ৰী হে, মই মহাপ্ৰয়াণৰ যাত্ৰী। লগত মাথো সমূল। মোৰ ভকতিৰ জোলোঙা এটি। জ্ঞান জ্ঞান কৰি ফুৰি | গোৱালে। জীৱন ঘূৰি ঘূৰি, জ্ঞানৰ নাপালে উৱাদিহ, গোটালো খোলাকুটি। সঙ্কটময় বাটত মোৰ

  • তুক সকলোবোৰ,

লগৰীয়া কোনো নাই, গৰিছে। খাই উজুটি। | {১} ধৰ্ম্মৰ নাগপাশ জৰী, | ফোনে কৰে তুৰিষুৰি? যত আটে তত যায়। | দূৰ হৈ মুকুতি।