পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/১০৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কদম-কলি আন্ধাৰ পোহৰ যুজে বৰ, শেহত জয় পোহৰৰ, আন্ধাৰ ৰাতি ফুলে সেউতী গোন্ধত ফুৰ, ফুৰ, অপেম্বৰী আনন্দ কৰে, সাতোৰ দি পানীত ফুৰে, কলা মূৰত হীৰাৰ মুকুট জ্বলে তিৰ বিৰ। কানুৰ কোলাত ৰাধা গৌৰী, নীল আকাশত বগৰ শাৰী, ভোমোৰাৰ শুঙত ফুলৰ ৰেণু সুন্দৰ সুন্দৰ। পকক চুলি, পকক মূৰ, ৰসত হওক ভৰপূৰ, ঢলত দেশ বুৰে। বুৰে, ! সকলে একাকাৰ | আৰে পকা চুলি মোৰ ১৮৩৪ শক।। ফাগুণ, হাওড়া।