পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/১০৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কদম-কলি “উঠ তনি উঠ?” বুলি বপুৰিয়ে খাটে, | হে পুৰিয়ে খাটে : কেনেকৈ লগ পাম সৰগৰে তৰা, | হে সৰগৰে তৰা। পখী হেৰ বুধি দে, কি কৰে, কৰা,, | হে কি কৰে, বৰা ' বেজাৰত জোনাবাই শুকাই খীণাই গল, হে শুকাই খীণাই গল। কাৰ নো বেজাৰ বাই, তোৰ কি নো হল? হে তোৰ কি নো হল? বুকুৰে সৰ্ব্বহ মোৰ ধনবৰে নিলে, হে ধনবৰে নিলে। সেইটো হে বেজাৰে মোক খুলি খুলি খলে, হে খুলি খুলি খালে পছৰ আগত লৰে হেৰ চিকিমিকি পাত,