পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/১০৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কদম-কলি | হেৰ চিকি মকি পাত কোনে শাত কৰে মোক এবাৰ লগাই মাত, | হেৰ এবাৰ লগাই মাত? আন দিন নিয়তীয়ে “নিও” “নিও” কৰে, হে নিও” ‘নিও” কৰে। আজি জানো ধনাইৰ শোক তাইৰো মাত হবে, হে তাইৰো মাত হবে সৰগত ধনবৰ, পৃথিবীত মই, হে পৃধিবীত মই! দুটি প্ৰাণী এটি কৰা পুইণ কাম হয়, | হে পুইশ কাম হয়। ‘নিওঁ” “নিওঁ” সদায় কৰ, আজি নে মোক, হে অজি নে মোক। মোক নি ধনাইক দে, কুশল তোৰ হোক। হে কুশল তোৰ হোক