পৃষ্ঠা:কথা-গীতা.djvu/৯৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


পঞ্চম অধ্যায়। ঈশ্বৰ সৰ্বসুহৃদ সবাৰে অন্তৰ্যামি মোক জানি মোৰ প্ৰসাদে মোক পাৱে। যি ভগৱন্তে ভেদ শঙ্কা দূৰ কৰি কৰ্শ সন্ন্যাসৰ ক্ৰম কহিলা, হেন সৰ্বজ্ঞ গুৰুক তুতি কৰোঁ। ইতি শ্ৰীভগৱদগীতকথায়াং কবিৰত্নকৃতায়াং | সন্যাসযোগোনাম পঞ্চমোহধ্যায়ঃ | ৫|| হে সাধুসব, ই গীতাৰ সাৰ সমুচ্চয় কথা, নিজ অৰ্থৰ তাৎপৰ্য্য শ্ৰীকৃষ্ণৰ আজ্ঞায়ে যথামতি নিবন্ধি। আক মহাফল জানি শ্ৰবণ কীৰ্তন কৰা। যদি সংসাৰ সাগৰ তৰিতে ইছা কৰা, প্ৰথমে ডাকি হৰিবোল হৰি। তাবদৰ্পিতকৰ্ম্মাণি কুৰ্য্যাদষত্নেন মানবাঃ। যাবজ্ঞানোদয়ঃ সম্যগিত্যুক্তোযেন তং ভজে।