পৃষ্ঠা:কথা-গীতা.djvu/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কহিছা। পুৰুষে গীতাক মাত্ৰ শ্ৰৱণ কীৰ্ত্তন স্মৰণ কৰিব, আন শাস্ত্ৰ বিস্তৰত কি প্ৰয়োজন, যি গীতা ভগৱন্তৰ মুখপদ্মত ব্যক্ত হুয়া আছা। তাত প্ৰথমে কৃষ্ণ অৰ্জ্জুনৰ সম্বাদ প্ৰস্তাব কথা কহন্ত৷