পৃষ্ঠা:কথা-গীতা.djvu/১৪৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


ওয়োদশ অধ্যায়। ৯৩ কেৱল শ্ৰবণে পৰম গতি লভে। এতেকে যিমান পাৰা শ্ৰদ্ধায়ে হৰি কথা শুনি ডাকি হৰি বোল হৰি।। যোগাদিক্লেশেন বিনাপি বকথা মাত্ৰানুৰোযাতি মুদাপৰম্পদ। তং কৃষ্ণমান-নিধি সদা ভঙ্গে স্বপাদপদ্মালিজনপ্ৰিয়ংবিভুম্।