পৃষ্ঠা:কথা-গীতা.djvu/১০৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


ষষ্ঠ অধ্যায়। শিৰোমণি কৰি যি ভগৱন্তে আযোগ কহিলা, হেন ভক্তৰ নিধি পৰমানন্দ মাধৱক প্ৰণাম কৰে। ইতি শ্ৰীভগৱদগীতাকথায়াং অত্মবোগোনাম ষষ্ঠেহধ্যায়ঃ॥

সামাজিকসব দামোদৰী টীকায়ে কহিছ। দুঙ্গব দেখাইবে লাগি

ভগৱন্তে কয় যোগ জ্ঞানক প্ৰথমে কহলা। সুগম ভক্তিযোগ ইদানীক কাইবা। এতেকে ভগৱক কৃপালু জানি ভক্তিমাৰ্গে সততে ভজা। ইদানীক এক হৰবোল হৰি। যঃ সৰ্বসাধনবিশিষ্টমুবাচযোগম তস্মাৎ স্বক পদপঙ্কজভক্তিমাৰ্গম্। শ্ৰেষ্ঠং সুখং নিজম তং কৃপয়া জগদ স্মৈ নমোহস্তু গুববে বললে কগোপ্তে। —— ——