পৃষ্ঠা:ওভতনি যাত্ৰা আৰু অন্যান্য.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
যেতিয়ালৈকে আপুনি ৰৈ থাকে উৎকণ্ঠিত হৈ / ৪৯
 


খবলৈ সোমাইছে, সোমাওঁতে মোলৈ চাই হাঁহি মাৰিছে, ময়ো হাঁহিৰে প্ৰত্যুত্তৰ দিছোঁ, আকৌ ঘড়ীলৈ চাইছোঁ,— পাঁচ বাজি ঊনত্ৰিছ মিনিট তেত্ৰিছ ছেকেণ্ড ...

 নয়না আহি আছে। নাগকটা পুখুৰীৰ পাৰেৰে, ট্ৰিপ্লেকছ পাৰ হৈ, গৌহাটী ডায়েৰি পাৰ হৈ ধীৰ খোজেৰে, নিৰুদ্বেগ-নিশ্চিন্ত মনেৰে।


প্ৰান্তিক, ১ ছেপ্টেম্বৰ, ২০০০