পৃষ্ঠা:এমুঠি গীত আৰু কবিতা.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰণৰ সঙ্গীত যেন সিবোৰ ভাবনা; এনেকুৱা কবিতাৰ শকতি মহান, সংসাৰৰ অবিশ্ৰান্ত ৰণ, কপি থকা হৃদয়ৰ তাঁৰ তাৰ বাবে উদগায়;-মোক কিন্তু লাগে| পাৰে নিচুকাই থব, বৰ লাভ হয় হবলই জিৰণি-মগন। যেনে অৱশেষে প্ৰাৰ্থনাৰ। শুনোৱ আনৰ মোক কোমল কবিতা তেনেহলে সাঁচি থোৱা পুথিভঁৰালৰ হৃদয়-তলিৰ পৰা বোৱা; গোৱা এটি কবিতা সুন্দৰ; নামি আহে যেনেদৰে বাৰিষাৰ মেঘ, কবিৰ কাব্যত যেন ৰহন চৰায় চকুপানী নই বই যোৱা। মাধুৰীয়ে তোমাৰ কণ্ঠৰ। দুখকাৰী দিনটোত ভাগৰৰ পাছে, নিদ্ৰাহীন নিশা আৰু যাৰ মধুময় অপৰূপ সঙ্গীত সুৱদি বৰষে প্ৰাণত ধাৰাষাৰ। সঙ্গীতেৰে পূৰ তেন্তে হ’ব দশোদিশ; যি চিন্তাই দিন আগুৰে সিও তম্বু তুলি নিব যোজনৰ বাট আৰৱ-নিবাসী যোৱা দৰে। সপোন সপোন লাগে নৱকই ফুলা পদুম কলিৰ মনত নপৰে সেইনো ঘঁহিটি নিচিনা সি চকুযুৰি; কত দেখিছিলোঁ আগে- নুফুলা কালৰ সপোনতে যেন এনেননা ধুনীয়া, এনে মৰমীয়া আছে এতিয়াও বুৰি সপোন সপোন লাগে সেই চকু দুটি দেখিলে মনত ক’ৰ কি স্মিৰিতি জাগে - ঘনাই নাচায়, ঘনাই নাহাঁহে, এনেনো ধুনীয়া, এনে মৰমীয়া ঘনাই নকয় কথা : সপোন সপোন লাগে যি দুই এটি কয়, তাকে মিঠা ইমান যে লাগে মিঠা ৰূপে-গোন্ধে ভৰা ইমান এধানি এনে মউ-মাত, থুনুক-থানাক, চেনিচম্পা ফুলপাহি; কত শুনিছিলোঁ চাগে?- তাৰেই দৰেই অতি মিঠাসনা এনেনো ধুনীয়া, এনে মৰমীয়া তেওঁৰৰ ওঠৰ হাঁহি সপোন সপোন লাগে