পৃষ্ঠা:এমুঠি গীত আৰু কবিতা.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সপ্তম। সাধনা সোঁৱৰণি 3 অন্তিম বেলিকা দেহী, মেলানি মাগিলে ঋতু যায়, ঋতু আহে; লগে লগে সেই শোকতেই উতলি পৰিলোঁ। চকুলোও চকুতে শুকাল। তৎ-শ্ৰুতি-জ্ঞান মোৰ সমূলি হেৰাল, একো কথা ক'ব নোৱাৰিলোঁ৷| বিনন্দীয়া পৃথিৱীৰ লাহ-বিলাহত মাৰ গ'ল শোকৰ বিননি আশাৰ দীপিতি-ফেৰি নুমাই থাকিল, | কিহৰ গীত বাৰু ভোল গই থাকি চকুলোৱে বাট নেদেখিলে হেৰুৱালোঁ শোকৰ কাৰিনী? আন্ধাৰ, আন্ধাৰ মোৰ লাগিল তেনেই শোক-অশ্ৰু ঘনে উথলিলে।| আজি সেই শুভ স্মৃতি আহে ৰিণি ৰিণি, থাকি থাকি পৰেহি মনত; হুৰাৰাৱে মমতাত কান্দিলোঁ বহুত, এটুপি চকুলো টুকি দিলোঁ তেওঁলৈকে কন্দুৱালোঁ ঘৰ-ঘৰোৱাল; সোঁৱৰণি পৱিত্ৰ লগত। ১৯১৭ গাঁৱৰ স্মৃতি দিনৰ পৰিছে ওৰ সৰিছে আন্ধাৰ | বৰষুণ কুঁৱলীৰ সানমিহলিৰে ধীৰে নিশা ডেউকাৰ পৰা আজি এই বিপদৰ ছাঁয়া। পেলাই গইছে যেন কোমল পাখিটি আকাশৰ চিলাউৰা মৰা। শুনোৱাঁ শুনোৱাঁ পঢ়ি একোটি কবিতা, গোৱাঁ এটি পৰাণৰ গান; বৰষুণ-কুঁৱলীৰ মায়াজাল ভেদি অশান্ত কামনা যাতে শাঁত হয় মোৰ, বিবিঙিছে গাঁৱৰ পোহৰ; দিনৰ কামনা অৱসান। দুখৰ ডাৱৰ আহি আবৰে অন্তৰ, সাধ্য নাই প্ৰাণে সহিবৰ। নুশুনো কবিতা মই পুৰণি কালৰ মহাবীৰ কবিগণে গোৱা, বিষাদৰ কামনাৰ মিহলি আৱেশ, যাৰ চৰণৰ ধ্বনি বাজিছে কাণত চাটিফুটি ভাব নাইকিয়া : কাল-কৰালত লাগি ৰোৱা;