পৃষ্ঠা:এমুঠি গীত আৰু কবিতা.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

খোজত নেদেখোঁ লাগ-বান্ধ একো,। শৰীৰী হইও মোৰ কল্পনাত তেও তাতো আছে লয় তেওঁ ফুল বাচি যায়। নাজানো কি তাল, নুবুজোঁ কি মান, ওঁহোঁ, ভুল হৈছে। মোৰ কল্পনা’হে সঙ্গীতশাস্ত্ৰই কয়। সেই ৰূপ লব পায় থমকি বলেই হঠাতে জানিবাঁ নহলে কিয়নো কবিতাই নিজে পুনু মৈৰাচালি ভাগে - তেওঁতে মৰম মাগে এনেনো ধুনীয়া, এনে মৰমীয়া ইমান ধুনীয়া, এনে মৰমীয়া সপোন সপোন লাগে সপোন সপোন লাগে মানস-প্ৰিয়া

নালাগে নালাগে মোক স্বাৰ্থপৰ হই | মৰম, মৰম বুলি জগতক যদি দিব স্নেহ-মাধুৰী বিলাই, ‘মৰমেই ধৰম’ শিকোৱাঁ; যদিও তোমাৰ সেই হৃদয়-তৰুত স্বাৰ্থান্ধ-মানৱ চকু মেলি যদি তুমি বিশ্বময় প্ৰেম মলিয়ায় চাব পাৰা সমান চকুৰে সদায় তোমাৰ যদি কোমল অন্তৰ জগতৰ প্ৰতি প্ৰাণ আদৰিসাদবি দুখীয়াক দেখি যায় গলি, মৰমৰ কোমল বুকুৰে; লেউ-সেউ যদি সেই পৰাণ-লতাটি | বসুধা আপোন বুলি সকলো কামতে দুখীৰ দুখত পৰে ঢলি; কৰাঁ যদি প্ৰেমৰ বিকাশ বিলাস-ভোগত ফুৰা ওপঙি ওপঙি | তেতিয়াহে প্ৰেম-ভৰা উদাৰ অন্তৰ সেই চিত কুসুমৰ প্ৰায়, পূৰ্ণৰূপে দেখিম প্ৰকাশ। দাৰিদ্য-দুখত যদি সমদুখী হই কুলি-সখীয়তী গই ডালে ডালে পৰি দুখীয়াৰ দুখ পাতলায়; দেশে দেশে প্ৰেম-গান গাব; আৰু যদি আঁৰা প্ৰেম-পাৰিজাত চাকি পশু-পখী-পতঙ্গয়ো সোণালী চকুৰে ভিকহুৰ মলিন গলত, জগতৰ নৱ শোভা চাব; স্বাৰ্থপূৰ্ণাহুতি যদি ঢালি দিয়া তুমি | মৈৰা পখীটিয়ে আহি স্বৰ্ণ-মৰতত মানৱৰ মিলন-যুৱত; নৱভাৱে মৈৰাচালি ধৰি মনোমোহা কবিতাৰ মালা পুঁথি যদি | জগতক দেখুৱাব প্ৰেমৰ গৌৰৱ প্ৰকৃতিৰ গলত পিন্ধোৱা, আনন্দত হৃদয় উবাহি; (৬