পৃষ্ঠা:এমুঠি গীত আৰু কবিতা.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিলীন ম্লান মুখখনি মই দেখোঁ জোনাকত দুখৰ-সুখৰ এই সঙ্গম কালত শুনো মাত নোম শিৰোৱা; পৰা নাই স্বপ্নতো ভাবিব, অতীতৰ স্মৃতি-পট জাগে হৃদয়ত- মোৰ বাবে আছে এনে ঠাই সংসাৰত মায়াময়, অতি ঘঁয়াময়া তুমি বিনে লাগিব থাকিব। দীঘল নিশ্বাস কাঢ়োঁ, চকুলো বাগৰে, নোৱাৰে মৰণে হিয়া পৃথক কৰিব, নাই কেও কৰে অনুভুতি; তুমি মোৰে থাকিবাঁ সদায়; জীৱনত আৰু এনে নিশাৰ দৰে নালাগে বিশ্বত মই অকলে থাকিব নাই একো সুখৰ আহুতি। যদি দিয়াঁ ওচৰত ঠাই। শুনিছোঁ মানৱ-প্ৰাণ আছে কাঠ-চিত, একোতে আমাৰ কিন্তু নৰব বিচ্ছেদ মোৰো হিয়া নিকৰুণ অতি; স্মৃতি-ৰাজ্য থাকে যতদিন; নতু কিয় তুমি থাকাঁ মহা-টোপনিত, মোৰ ভগা হিয়াখনি নৰব আঁতৰি, মই ৰওঁ চকুপানী টুকি? হবগই তোমাতে বিলীন। ১৯২০ বিৰহ-মেলা প্ৰাণ বীণটি বজাই কত, শুনালোঁ গান | তেতিয়া তুমি মোৰ মানত শাৰদী জোন জানো নুশুনিলা এতিয়া মই বুজিলোঁ ভাল, এই আশঙ্কাত কপিল প্ৰাণ তুমিনো কোন বিশ্ব-জগত কঁপি উঠিল, তুমি যে মোৰ হিয়াত ৰজা, শূন্যে শূন্যে হৃদয় ভৰিল; আত্মা-লগৰী প্ৰণয়-ধ্বজা; ত্ৰিদিব বালা নামি আহিল, জুৰিলে তান ললিত বীণা প্ৰাণত বজা খনিৰ সোণ জানো নুশুনিলা এতিয়া মই বুজিছোঁ ভাল, এই আশঙ্কাত কপিল প্ৰাণ তুমিনো কোন গুনিলোঁ মোৰ অতীত দূৰ সকলো কথা আঁতৰি গ'লা?নালাগে দিব মিলন-মউ কিয় তোমাক ক'লোঁ যে মোৰ দূৰতে থাকি প্ৰাণত মোৰ খেলিবাঁ ঢউ হিয়াৰ ব্যথা। পূণ্য হব জীৱন-খেলা, যেতিয়া ফুলে মাধৱীলতা, পাতিলে এই বিৰহ-মেলা; কলোঁ তোমাক হিয়াৰ কথা; যেতিয়া প্ৰাণ অন্তিম বেলা, থউকিবাথৌ ক’লাঁ তুমিও, প্ৰাণত গঁথা থাকিব বেথা | তুমি মোৰ ই প্ৰাণত আহি খেলিবাঁ ঢউ আজি সুমৰি ভাল লাগে সি অতীত কথা ঢালিব মউ ১৯২০