পৃষ্ঠা:এমুঠি গীত আৰু কবিতা.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মৃত্যুৰ পাছত তুমিও শৰীৰী হায়, তোমাৰো এদিন | থকা হ'লে সখি তেও আজিও তোমাৰ শেষ হ’ব জীৱনৰ খেলা- জীৰ্ণ হৈয়ো শৰীৰ-মন্দিৰ, ভবা হ'লে কিয় মই টোকোঁ এনেদৰে ৰাখিলোঁহেতেন সাঁচি সুখৰ ভঁৰাল অশ্ৰু-জল অন্তিমৰ বেলা? তাতে সেই মিচিকি হাঁহিৰ। তোমাৰ কাষত বহি নোৱাৰে ভাবিব | তোমাৰ সি ছবিখনি দেখি এতিয়াও কেতিয়াবা সেই কাল যাব; ভাবোঁ, তুমি মোৰ লগৰীয়া; মুখনি তোমাৰ মোৰ শেষ চোৱা হ'ব, গতালোঁ তোমাক কিন্তু মহা শ্মশানত, তুমি আৰু নোৱাৰ হাঁহিব আজি মই অকলশৰীয়া হাঁহিবা, হাঁহিবা, বুলি চাওঁ এতিয়াও য’তে তুমি থাকাঁ লাগে, ভবা নাই মই সতৃষ্ণ নয়নে তোমালই; তুমি মোৰ কথা পাহৰিছাঁ; তুমি যে প্ৰাণত হাঁহি নোৱাৰোঁ বিলাব, জুই-জ্বলা হৃদয়তো তোমাক ভাবিলে, এই ভাব নাহে, মনলই। তুমি মোত শান্তি বৰষিছাঁ। জীয়াই থাকোঁতে তুমি মোৰ যি কথাৰ তোমাৰ চৌপাশে মাথোঁ আগতে নেদেখা সমিধান সদায় দিছিলাঁ, বিৰিঙিছে উষাৰ পোহৰ; তাতহে নিমাত দেখি বুজিছোঁ এতিয়া, কল্পনাৰো তেনে ধন নাজানে সচিব তুমি-ফুল মৰহি শুকাল ভৰালত ভুত-ভবিষ্যৰ।

শান্তি-সুষমা হৃদয় কুসুম ফুলিলে এবেলি যায় নে দুনাই জাপ?- দুৰন্ত ৰ'দত এতিয়া নিতকে সহিব লাগিছোঁ তাপ। কোনে কাঢ়ি নিলে চেনেহ-সৌৰভ সমীৰৰ ঢউ খেলি? জীৱন-মেলাত কোনে দিব আৰু হাঁহিৰ সঁফুৰা মেলি? নোৱাৰোঁ সহিব ৰবিৰ কিৰণ, বিৰহৰ চোকা শৰ; মোৰ হৃদয়ত যাতনা অশেষ- শত স্মৃতি ততীত। তথাপি মৰ্তত আছে যি এজুপি সৰগৰ পাৰিজাত; তাৰ ছাঁয়াতেই বহি এখন্তেক ভাগৰ কৰিছোঁ শাঁত। তুমি য'ত আছাঁ অমৰৰ স'তে কৰিছাঁ অমৃত-পান; তাৰেই অকণি শান্তি-সুষমা কৰিবাঁ আমাকো দান। ১৯১৯ ৫১