পৃষ্ঠা:এমুঠি গীত আৰু কবিতা.pdf/৫৪

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পুনজীৱন তুমি হলে নাই আজি সংসাৰৰ পাৰে, | বসন্তৰ ৰঙা ৰঙা কত কুঁহিপাত - আছে মাথোঁ স্মৃতিৰ সৌৰভ; প্ৰকৃতিত নতুন বিকাশ; আছে লাগি আৰু মোৰ ই ওঠ দুটিত তাতে যেন আঁকি কোনে কৰিলে প্ৰকাশ, এটিমান চুমাৰ গৌৰৱ মোৰ সেই চুমা - ইতিহাস পোনতে যেতিয়া মোক ধৰা দিও তুমি অপ্ৰস্তুত হওঁ মই, কোঁচ-মোচ খাই ফুৰিছিল আঁতৰে আঁতৰে, পৰোঁ যেন আপোন লাজত অকুমাৰী কিশোৰীৰ সৰল প্ৰাণেৰে, কোনেনো লিখিলে সেই বুৰঞ্জী চুমাৰ গালখনি বোলাই লাজেৰে; আজি প্ৰতি গছৰ পাতত? তেয়িয়াযে কাষে চাপি লাজ কাতিকৰি ৰক্ষা আজি তুমি নাই; সেই দেহ-লতা ধৰিছিলোঁ ডিঙিত সাবটি,- ভস্মীভূত, সৱে মাটি-হাই; নোৱাৰোঁ,নোৱাৰোঁ ক’ব কিৰূপে তোমাৰ সুমৰি অতীত মোৰ ওলায় চকুলো- গালত লাগিল ওঠ দুটি হিয়া মোৰো ভস্মীভূত-প্ৰায় হঠাতে উঠিল কঁপি দুখনি অন্তৰ তথাপি প্ৰাণত উঠে প্ৰতিধ্বনি তাৰ, কাৰোবাৰ চকু পৰে বুলি; উঠে এই লোৰ শুননি- দেখিলোঁ তোমাৰ যেন দুগালে দুপাহি থকা হলে সাদৰীৰ মাথোঁ অন্তিমৰ তেজৰ পদুম ৰ’ল ফুলি শেতা পৰা সেই মুখখনি তেতিয়াৰে পৰা কত সহস্ৰ বসন্ত মুখৰিত পৰাণত আহি; উজাৰি তুলিলে মোৰ নিৰস প্ৰাণত অনন্তৰ কত শত হাঁহি এটি চুমা,-সাদৰীত যাৰ পৰশনে উদগালে প্ৰথম যৌৱন; পাৰিলেহেতেন সেয়ে জানোবা আকউ দিব তাত পুনৰজনম ৫৩