পৃষ্ঠা:এমুঠি গীত আৰু কবিতা.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিৰহ অন্তিম মিলন আজিলই যোৱগই! নিশাৰ আন্ধাৰে | চন্দ্ৰৰ মাধুৰী যদি নুগুচে অকণো, বেৰিলেই দুখনি হৃদয়; তুমি মোৰা থাকিবা মনত। মিলিম পুনৰ দুয়ো পূব আকাশত যত যি এপাহি ফুল পৰিছে মাটিত অৰুণৰ দেখিলে উদয়। ভালকই তাক গাঁথি লম; তৰাবোৰে জিকিমিকি চকু পিৰিকায়, | হাঁহিৰ স্বৰ্গত বহি ভাব-মালাবোৰ জোনবাই হাঁহিত মগন; অন্তৰেৰে জুকিয়াই থম। আমাৰ দুখনি হিয়া কিয় জাপ যাব আকউ আহিলে তুমি পিন্ধাম হেপাহে, যদি আছে স্বৰ্গীয় মিলন? বুকুলই ধৰিম সাবটি; ৰূপাৱালী কিৰণত বসুধা বিড়োল, প্ৰকৃতি-পটত তাৰ চকামকা ৰেখা মই ভোল তোমাৰ ভাবত; আঁকা ৰ’ব মিলন ছবিটি। বিৰহত মোেৰ ই হৃদয়-বন দেই-পুৰি কৰি ছন,| প্ৰণয়ৰ বৃন্দাবন কিয় কৰি গ'লি ছন? কেনি আঁতৰিলি অই প্ৰাণৰ প্ৰতিম | জুই দিবলৈকে নে কি সাজিলি ই ঠাই জীৱন্তে কৰিলি দেখোঁ জীৱন অন্তিম? দুদিনৰ হন্তে অই মায়াত উমলি তই, কি দুখত প্ৰাণৰ পখীটি, | এতিয়া সোণৰ লঙ্কা কৰি গলি ছাই এৰি গ'লি সোণৰ সজাটি? সোণোৱালী কল্পনাৰ ভাঙি গলি চনকা হৃদয় ভাঙিলি ডেউকা যুৰি হিয়াত সজাই থোৱা মোৰ, কলীয়া মেঘৰ কাষে। হেপাহৰ ভেক-লা তোৰ, কিহেৰে ফুৰিব উৰি? কোন সতে গলি এৰি হই? | সুদূৰ শূন্যৰ স’তে কি সতেনোতই বাৰু অই, মিলে নে নিমিলোঁকই গলি গুচি চিৰকালই অনন্ত বাসনা লই কিহেৰে মিলিম গই? নলগোৱাকই মোক মাত? মৰম-মইনা হেৰা, উৰি গুচি গ'লি তই- ৰাখিছিলোঁ সজাই-পৰাই মহা বিৰহত প্ৰাণ কান্দিছে বিনাই; কত ফল শৰাই ভৰাই, জীৱন বীণত বাজে-মইনা সোণাই নুফুৰালি চকুটিও তাত ৫০