পৃষ্ঠা:এমুঠি গীত আৰু কবিতা.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এৰি গ'লাঁ মোৰ বাবে জানি গেৰেকনি চেচুক জীৱন; বলই টুকি চকুপানী, বাঞ্ছিবলে অচিৰ মৰণ। বন্তি কালবতাহেনুমালে, তেল-শলা সকলো থাকিল; উল্কা দৈহী, অধিক জ্বলিলে, জ্যোতি-অৱসান, নুটুকিল। কিন্তু তুমি পাহি পাহি হই। যদি ফুল শুকালাহেঁতেন; মই সেই শোক-স্মৃতি লই কেনেকই থাকিলোঁহেতেন? তুমি ধ্ৰুৱ তৰাটিৰ দৰে নিত্য সত্য পুণ্য জ্যেতিৰ্ময়। দেহ এৰি শুদ্ধ আতমাৰে নাই ভয় ক্ষয় পৰাজয়। ততীত স্মৃতি নিদ্ৰা-শিকলিত বন্দী হোৱাৰ আগতে | স্নেহ-শিকলিৰে বন্ধা নানা লগৰীৰ সদায়েই নিমাত নিশাত কথা আহি পৰিলে মনত সিদিনাৰ মন-চোৰ সোঁৱৰণ আহি ভাবোঁ মই, জাৰ কালি গছ-পাত যেন শান্তি ঢালে তাপিত হিয়াত। সৰি গ'ল কালবতাহত। সোণালী স্মৃতিৰে গঁথা সংসাৰৰ ভাৱনাত শৈশৱৰ যত কথা মাথোঁ মই অকস্মাত, দীঘলীয়া প্ৰেম-সাধু লৰালি কালৰ; | ঘূৰি-পকি ফুৰিছোঁ নীৰলে; তীক্ষন জেউতিৰে চকু নুমাল সকলো বন্তি, লুকাল ভাঙি ই বুকু, হেৰাল ফুলৰ কান্তি, ভাঙিল প্ৰেমৰ ৰাজ্য আমাৰ মাজৰ। | ছিগিল হৃদয়-তন্ত্ৰী কেনিবা বিৰলে। নিদ্ৰা-শিকলিত বন্দী হোৱাৰ আগতে | নিদ্ৰা-শিকলিত বন্দী হোৱাৰ আগতে এইদৰে নিমাত নিশাত এইদৰে নিমাত নিশাত তাহানিৰ বুকু-ভঙা সোঁৱৰণ আহি তাহানিৰ হিয়া-ভঙা সোঁৱৰণ আহি শোক-জুই জ্বলায় হিয়াত। শোক-জুই জ্বলায় হিয়াত। ১৯১৫ ৪৯