পৃষ্ঠা:এমুঠি গীত আৰু কবিতা.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ইন্দ্ৰধনু কিন্তু এটি পুণ্যড্ৰেতি তৰা চিৰদিন তাতে আৰু আছে পৰি ভস্মীভূত হই জিলিকিছে মুৰ ওপৰত, মোৰ শত বাসনাৰ ছাই; যাৰ আভা এতেদিনে আছে পৰি খীণ, তাৰে আজি এটি ফোঁট কপালত লই ঢাক খাই বিস্মৃতি-মেঘত; ললোঁ ভস্ম সানি মূৰে-গায়। তাকে আজি আৰুবাৰ হৃদয়ত লই জ্বলাঁ তেন্তে হেৰা পূৰ্ণ জ্যোতিষ্ক সুন্দৰ কৰিছোঁ সাধনা-আয়োজন; আজি মই অতিকে আতুৰ; কাবউ কৰিছোঁ হেৰা সকলোকে মই, এফেৰি সোমাব দিয়া তোমাৰ পোহৰ, দিয়াঁ মোক মঙ্গল বচন। হোক সেয়ে অঞ্জন চকুৰ। আজি মই জগতৰ আশি-ভিখাৰী, ভুল নাওঁ, ভুল সোত গুৰীয়াল মোৰ, আৰু মোৰ একোৱেই নাই; দিয়াঁ মোক এপাৰ চপাই; হাঁহিমুখে সেয়ে যিবা পালে নিলে কাঢ়ি ধুমুহাত বুৰি নাও নতু পৰে ওৰ, ভগা এই হিয়া উদঙাই। সকলোৱে মোৰ ৰ চায় আছে মাথোঁ আজি মোৰ দুটি চকু ভৰি সহযাত্ৰী সৰ মোৰ, ব’লা আগুৱাই, উজাগৰ নিশাৰ টোপনি; এয়া পালোঁ এফেৰি শকতি; সংসাৰৰ উপেক্ষাই চুৰমাৰ কৰি কিৰণ-নিৰ্মালি দেৱে দিয়ে দলিয়াই, থই যোৱা হৃদয় এখনি বাঢ়ে সাহ, বাঢ়িছে ভকতি। দিচেম্বৰ, ১৯২৩ অয়ক ৪৫