পৃষ্ঠা:এমুঠি গীত আৰু কবিতা.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পঞ্চম বিষাদ। বিনাশ ধুনীয়া গোলাপ কলি! কিয় জই পৰাঁ?| আমাৰ মানৱ দেহা দুদিনায়া মাথোঁ ও দেখি মোৰ চকুলো ওলায়; আজি আছোঁ, কাইলই নাই; দুপৰ আকাশে ৰহন পিন্ধোতে বসন্তৰ খন্তেকীয়া সৌন্দৰ্য্য-গৰিমা, দিনমণি জানো মাৰ যায়? কালৰ বুকুতে লয় পায়। পৰিত্ৰ সন্ধিয়া লয় জীৱনৰ আহেমানে এখন্তেক আমালৈকো ৰোৱা; বাৰিষা বৰষুণ নতু নিয়ৰৰ যত পৰ সূৰ্যৰো আৰতি নাভাগে- পোৱাল-মুকুতা-মণি যিদৰে হেৰায়; সন্ধ্যা-পূজা কৰি দুয়ো যাম লগে-ভাগে|| সংসাৰৰ আৱৰ্ত্তত নুঘূৰে দুনাই। মৰিলে তুমি-মই, জীৱনত একো ভেদ নাই। | নিজন্মতো ঘূৰি গই আকউ নিশ্চয়, মৰিলেও নৱ প্ৰভেদ; তুমি মোৰ হ’বা স্পৰ্শমণি। বলক সঘনে আহি বিপদ-ধুমুহা, নোৱাৰিব ঘটাব বিচ্ছেদ। মৰ্ত্যৰ ধুমুহা বই কমল দুপাহি কৰিবহি পাৰে চুৰমাৰ; ইপাৰত লাহেকই উকিটি মাৰিলে, ৰূপ-গোন্ধ হব পাৰে তাৰ ৰূপান্তৰ,- সিপাৰত হয় প্ৰতিধ্বনি; ভিন মাথথ ইপাৰ-সিপাৰ। ৪৬