পৃষ্ঠা:এমুঠি গীত আৰু কবিতা.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

লক্ষ্যতৰা সচাকৈয়ে যদি মোৰ পোৰা কপালত | আৰু বাৰু কিয় লাগে সৰু জিবাখনি বিধাতাই সুখ লিখা নাই; উলিয়াই হাঁহিটি মাৰিব? সচাকৈয়ে যদি মই তোমাক শেষত | দেখি মোক কিয় লাগে এনে অসহনি, দিব লাগে এদিন বিদায়; নেদেখাৰ ভাওটি জুৰিব? পাছলই কিয় তেনে? আজিয়েই মই | পাতল সি ওঠ দুটি আৰু কিয় লাগে বিদায়ৰ কবিতা ৰচিলোঁ; ধৰিবহি মুখৰ আগত? চিৰদিন, সচাকৈয়ে চিৰদিনই সকলো বিদায় যদি, যক আগে-ভাগে আজিয়েই মেলানি মাগিলোঁ। মাৰ মোৰ মনৰ মাজত। হঠাতে এদিন হ’ল তোমাৰে মিলন, | মোৰ মনে আৰু তেন্তে শুনক এবাৰ, চকুৱে নকলে সঁচা কথা; বৰাগীৰ মধুৰ টোকাৰী; ভাবিলোঁ তুমি নে মোৰ হেৰোৱা ৰতন যাৰ গীত পাহৰাই শুনালাঁ তোমাৰ যাৰ আত্মা মোৰ স’তে গঁথা দুদিনীয়া বসন্ত বাতৰি। সিদিনা যেতিয়া ঘঁহি জীৱন-পুৱাৰ মোৰ এই পোৰা হিয়া জাপত লুকাই অপৰূপ ৰাগ দুগালত, শুনিছিলোঁ বৰাগীৰ বীণ; শেৱালি পাহিৰ, পুৱা নীয়ৰে ধোৱাৰ, | নিঠুৰ নহলে তুমি কিয় ফুচুলাই লই হাঁহি-মোকৰা মুখত এইদৰে কন্দাবা এদিন? বনৰ হৰিণী যেন দীঘল খোজেৰে কত দিন এইদৰে কতৰ কাৰণে খেলিলাঁ চকুত ছয়া-ময়া; দিন ৰাতি চকুলো টুকিলোঁ। তেতিয়াও নাভাবিলোঁ মায়ামৃগ দৰে | ফুচুলাই এৰি থই গল কতজনে, তুমি মোৰ একোৱে’ নোহোৱা। কত দুখ বিহ ভুগিলোঁ

আজি কিন্তু পালোঁ গম, সামৰিলোঁ মোৰ জীৱন-আকাশ জুৰি নিজে ফুটি চিৰব্যৰ্থ বিপুল বেদন; বিকাশিত সুখ-তৰাবোৰ ইয়াতে পৰক সেই বুৰঞ্জীৰ ওৰ, | এটিদুটি-কই মাৰ গল সকলোটি হোক আৰু সৱাৰে ছেদন। জোনাকৰ পৰিছেহি ওৰ 88