পৃষ্ঠা:এমুঠি গীত আৰু কবিতা.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অৱশেষ এতিয়া বুজিছোঁ মই, মোৰ কিন্তু বাঁহী-মাত মোৰ বাবে আৰু নাই কাঁহ পৰি জীণ যোৱা, সেই সুখ পান কৰা পিয়লাটি ভৰি; চকুৰ আগত দেখোঁ ধুলিকুৱঁলী আছে মাথোঁ আজি তাত বাসন্তী উষাই মোক প্ৰণয়ৰ আৱৰ্জনা, আৰু যে নিদিয়ে আঁকি দুখৰ গেদেৰিখিনি মোলইকে পৰি। ভবিষ্যত জীৱনৰ হেঙুলীয়া পট; সেই স্নেহ, সি আগ্ৰহ, | কেউপিনে দেখোঁ মাথোঁ একণিকে নাই আজি, মৰণৰ বিভীষিকা, যিবা আছে সকলোতে প্ৰাণৰ অভাৱ; কয় যেন সকলোৱে - ‘অস্থায়ী জগত নিলগতে শুনি মাত, ছল কৰি চপা কাষ, কোনোবাই আৰু কয়, নাই স্নেহ-আকাঙক্ষীৰ উদ্বিগ্ন স্বভাৱ। কাঠৰ কঠুৱা প্ৰাণ! আগৰ নিচিনাকই নাই আৰু সেইদৰে হেৰুৱাই সংসাৰত বিশ্বাস নিজৰ, কোমল কঠিন দৃষ্টি বেকাকই চোৱা; ধিক তই, আছ আজি বুকত ইদৰে সহি চকুত পৰিলে চকু উফৰি নপৰে আজি জগতৰ শত শৰ জীৱন্ত লাজৰ বিজুলীৰ ফিৰিঙটি অন্তৰ কঁপোৰা। কঠিন শোকৰ শেল বুকতে সোমাই থক, মধুৰ মাধৱী মাহ, আহ হেৰ’ পাহৰণি, বিকটা ৰাক্ষী; কেউপিনে প্ৰেমানন্দ; গ্ৰহণৰ দৰে মোৰ আশাৰ অন্তিম আলো, বতাহত উঠে বাজি কীচক-কাঁকলি; সামৰি ইবাৰ তই পেলাঁ সৰ্বগ্ৰাসী এপ্ৰিল, ১৯২৪ কথাহীন কথা নাই? কথা নাই? কিবা ক'লাঁ তুমি নালাগে, নালাগে বাৰু, বাহু-লতালি কবলই আৰু কথা নাই? দেহাটিত নিদিওঁ মেৰাই; কেতিয়াও নুঢুকোৱা কথাৰ টেমাটি, ৰঙচুৱা ওঠ দুটি পৰশ-ফুলেৰে কথা তাৰ গ’লনে ঢুকাই? ঢাকি মই নিদিওঁ দুনাই; কথা নাই? কথা নাই? নাযাওঁ প্ৰত্যয় মাথোঁ তুমি কথা কোৱাঁ, অমৃত বৰষা হিয়াৰ সঁফুৰা মোকই অণ্ঠ-কষ্ঠ গইছে শুকাই; চোৱাঁ তুমি, ভৰি আছে কথাৰ ভঁৰাল; আকউ সি কথা শুনি আত্মা, প্ৰাণ, মন, কোৱাঁ তেন্তে, কথা পোৱা নাই সকললাটি পৰক জীপাই। - ৪১