পৃষ্ঠা:এমুঠি গীত আৰু কবিতা.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ইন্দ্ৰধনু একেটি জোকাৰে যদি দুখনি অন্তৰ | সিপিনেই যক বই, তাৰ বাবে আৰু একেলগে নোৱাৰে জগাব, অনাহক নকৰোঁ কাকুতি। তেনেকু প্ৰণয়ত সন্দেহৰ চকু নুশুনে? নালাগে কেঁৱে শুনিব সমূলি সমূলিকে নোৱাৰি চাব। দুখ-ভৰা জীৱন-সঙ্গীত; যি বোলে বোলক লোকে, নিদিওঁ তালই নিজৰ গীতেৰে মই নিজকে তুমি, কাণ-মন কেতিয়াও ঘুৰি; অৰ্ঘ্য দিম দেবী প্ৰকৃতিত। এনেয়ে কোমল প্ৰাণ, তাতে কেনেকই নিপিন্ধে? নালাগে তেন্তে পিন্ধিব দুনাই সহোঁ এনে আবেগ-অমূৰি? মালাধাৰি, যদি ঘিণ কৰে; মনৰ অদম্য সাত বাধিলাঁ এবেলি, কল্পনা-সূতাৰে গাঁথি প্ৰিয়াৰ ডিঙিত ঘূৰালাঁ সমূলি মোৰ পিনে; আঁৰি দিম প্ৰেমৰ মন্ত্ৰেৰে। সেইদেখি ভাবিছিলোঁ সেই প্ৰেম সুতি নাহাঁহে? নালাগে বাৰু মেলিব কোনেও নোৱাৰিবাঁ ঘূৰাব সঘনে। হৃদয়ত হাঁহিৰ সঁফুৰা; সকলোতে জলাঞ্জলি দি মাথোঁ মোতেই অতীতৰ স্মৃতি আঁকি নীৰলে হিয়াত জপা দেখি সকলো কামনা; বাগৰিব হাঁহিৰ নিজৰা। লাজ-কাজ কাতি কৰি তোমাৰ লগতে লাগে যদি অসহনি সৰল মনক সঁপি দিলোঁ সমূহ বাসনা। ভাল পোৱা চিন দিবলই; তাহানি শুকাই যোৱা প্ৰণয়-বিলত | যাকে মনে ভাল পায়, তাৰ কাৰণেই। ফুলিছিল আকউ এপাহি প্ৰাণ-মন সপি দিয়াঁগই। হৃদি-নন্দনৰ দিব্য প্ৰেম-পাৰিজাত, ঈশ্বৰৰ চৰণত ঢালি মোৰ হিয়া প্ৰীতিময় প্ৰণয়-চুপহি প্ৰকৃতিত থাপিম বিশ্বাস; তাকো যদি চুমাৰ কৰিব খুজিছাঁ, মাজে মাজে বিৰহৰ হুমুনিয়া কাঢ়ি কৰাঁ, তাত একো কথা নাই; হৃদয়ৰ জনাম বিশ্বাস। মোকেই বঞ্চিত কৰি যদি সুখ পোৰাঁ, মোৰ সেই হুমুনিয়া বতাহত উৰি সিও মোৰ সুখৰ উপায়। অন্তৰৰ আবেগ জনাব; যিপিনে লইছে ঢাল মনৰ গতিয়ে, তোমাৰ প্ৰাণৰো আনি নীৰৱ বাতৰি যিপিনে বইছে প্ৰেম-সুতি; কই মোৰ প্ৰাণ নচুৱাব। ১৯১৮ ৪০