পৃষ্ঠা:এমুঠি গীত আৰু কবিতা.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চকুলে’ নাচাওঁ বাৰু, কই যোৱাঁ কথা, কত শত পাৰ হই যায় হাঁহি হাঁহি, শুনো মই তলমূৰ হই; মই চাওঁ হই স্তব্ধ শিলা। কথায় কথায় এটি মুকুতা জ্বলিব নতুন ব্ৰক্ষ্মাণ্ড দেখোঁ সদা সেউজীয়া, দুবৰিত তিৰবিৰকই। নৱ যুগ, নতুন বছৰ; নালাগে, নালাগে তুমি লাগবান্ধ ৰাখি | জব্যাধি-মৰণৰ নাই তাত আঁচ, যতনেৰে কথা গাঁথি কবি; আছে মাথোঁ জেউতি প্ৰেম- মাথোঁ তুমি কই যোৱাঁ -মুকুতাৰ মালা আজি সেই কথা নাই? ওঠ দুটি আছে, নিজে আহি ডিঙিত পৰিব। সেইদৰে নৰেনচৰে; এতিয়াও কথা নাই? সচাকৈয়ে তেনে ঘাঁহে-পাতে গোট খোৱা নিয়ৰৰ টোপা কথাৰ পৰিল নে কি ওৰ? সৰোঁ সৰোঁ কৰি যে নসৰে সচাকৈয়ে নে কি সেই যুগ-যুগান্তৰ কথাৰ নাটনি আজি গোটেই বিশ্বত, শত স্মৃতি শেষ হ’ল মোৰ?-| সকলোটি নিস্পন্দ নিৰ্বাক; তোমাৰ কথাই কত অনন্ত সাগৰ কথা-আকলুৱা মই, কথাকে বিচাৰোঁ, তাত মই গঙ্গাস্নান কৰোঁ; নাই আজি কথা-মউচাক? জীৱনৰ খেল-নাও আপুনি বুৰাই তেন্তে আজি কথা নাই? কতো কথা নাই কত বাৰ হেপাহেৰে মৰোঁ অত কথা গইছে ঢুকাই?- তুমি কত কথা কোৱাঁ মন্ত্ৰমুগ্ধ মই ৰবা, ৰবা, হে জগত, মোৰ গাতে সৱে যেনিয়েই নিয়া তেনি যাওঁ; থিৰ চকু নিদিবাঁ পেলাই। কথাৰ অমৃত সিন্ধু, তাত বুৰ মাৰি | প্ৰকৃতিত, ব্ৰক্ষ্মাণ্ডত, কল্পনা ৰাজ্যত, সংসাৰৰ সিপাৰ ওলাওঁ। আজি মই মাগিছোঁ বিদায়। আৰু, তুমি কথা কোৱাঁ, অতীত-ভবিষ্য সংসাৰত প্ৰণয়ৰ এয়ে পৰিণাম, বৰ্তমান হয় একেঠাই; দেৱতাৰ মহা অভিশাপ। তোমাৰ চেনেহ-পাত্ৰ মই সিসৱৰ কথাহীন ই জীৱন? -বেৰি লোৱাঁ মোক ৰজা ৰূপে বহি ৰওঁ চাই। জগতৰ হেৰা তিনি তাপ তুমি কথা কই থাক, মোৰ চকু-আগে ১৯২৪ ব্ৰক্ষ্মাণ্ডৰ নৱ অৱলীলা ৪২