পৃষ্ঠা:এমুঠি গীত আৰু কবিতা.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ইন্দ্ৰধনু আক্ষেপ

যোৱা তুমি, যোৱাঁ গুচি, নালাগে তোমাৰ| কিন্তু কি ভেলেকী বাণ মাৰিলাঁ চকুত, দেখুৱাব লেবেলা সাদৰ; দেখুৱালাঁ এই ছাঁয়াবাজী কিবা লাভ গাই তাকে, গুচিল যদিহে | সেইহে নীৰলে নিজ ভাগ্যক সুঁৱৰি আকুল পিয়াহ পৰাণৰ? টুকিছোঁ চকুৰ পানী আজি। নাই যদি সচাকৈয়ে প্ৰাণৰ বান্ধোন, নহলেনো কিয় মোৰ হয় এনে দশা, হ’ল যদি সকলো অতীত; কিয় এৰো নিৰাশ-নিশ্বাস; দুদিন ফুলিয়ে যদি তোমাৰ চেনেহ প্ৰকৃতিয়ে উগাৰিছে লাৱণ্য মধুৰ, চুপহিটি মিলিল মাটিত। তাতো আজি নাপাওঁ আশ্বস। কিননা হ’ব মিছাতেই কৰিলে আৰ, মনৰ ৰাজ্যত বাৰু নাথাকিলে সুখ, নুবুজাহে যদি তাৰ মোল? প্ৰকৃতিয়ে নিদিয়ে শানা, অনাহক হুমুনিয়া কাঢ়িছোঁ এইদৰে, কোনে আহি ক'ৰ পৰা অবুজ মনক তুমি বা কিহত আছাঁ ভোল? দিব পুনু প্ৰেমৰ চেতনা? শুনিবাঁ বুলিহে মই লইছিলোঁ তুলি এনেদৰে নিচুকাই কল্পনা-পাটিত জীৱনৰ ভগবীণখনি; এৰি গলাঁ কেচুৱা মনক; শুনি দুখ পাব বুলি আগে’জনা হলে এতিয়া উলটি কোনে চাইছে বিলই? কেতিয়াও নকৰোঁ আমনি। লাই দিছে শাত-শতুৰক। পাষাণ হিয়াৰ মাজে বোলাঁ যিটিহে | বিৰহৰ ক্লেশ ভুগি ভাবিছিলোঁ মই, শান্তিময় প্ৰেমৰ নিজৰা, মিলনে কাটিব তাৰ শাম; যাৰ কুলকুল ৰৱে মৰম-ফুলনি কিন্তু দেখোঁ পৰি আছোঁ সেই যন্ত্ৰণাতে কৰিছিল আপোন-পাহৰা; প্ৰণয়ৰ নাই কোনো কাম এনে বুলি জনা হলে সেই নিজৰাও অনাহক পতিয়ন যাওঁ মানুহৰ নিদিলোঁহেতেন মই ব’ব;- মোহ-সনা মোহনী মুখাত; কৰ্ণেন্দ্ৰিয় তৃপ্তি কৰি খন্তেকৰ হেতু প্ৰণয়েই পীড়ে যদি কোমল মনক, পাছে মাৰ কিনো গতি হ’ব? ঠাই তাক নিদিওঁ হিয়াত। আগেয়েই ভাবিছিলোঁ নুবুজিবা বুলি পৰাণৰ অনুনয় বিনয় সকলে। অন্তৰৰ নীৰৱ প্ৰণয়; উপেক্ষিব যদিহে পাৰিলে, সেইবাবে বুলিছিলো তোমাৰ প্ৰেমৰ তেনেকুৱা প্ৰণয়ক কেনেকই জানো কদাপিও নহব উদয়। সকলোৱে শান্তি-সুধা বোলে?