পৃষ্ঠা:এমুঠি গীত আৰু কবিতা.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফুল-পাপৰিৰ তেন্তে মিছা প্ৰলোভন দেখুৱাই কিয় নিতে-দুচকুত মোৰ ছয়াময়া খেলি ইমান ছলিছ। আঁতৰি থাকিব। কিয়-দুৰ্বল হিয়াক মিছা মায়া-মমাহে তুমি-এতিয়া যে আছাঁ হৃদয় ৰাজ্যত ইমান বান্ধিছাঁ? প্ৰেমেৰে উমলি, নিতে-আশা-লতাজুপি বিশ্বস-গছত মোৰ-হিয়া পোহৰাই মায়াৰে সাবটি, ইদৰে মেৰালাঁ; স্নেহৰ পুতলি জানো-কাল-কীটে কুটি আশাৰ পুলিটি | নউবসন্ত আহোঁতে আধাফুলা মোৰ কৰেহি জুৰুলা হিয়া-ফুলনিৰ মোৰ-হৃদয়-অৰণ্য মোহাৰি পেলাই জানো কাঢ়ি লই যাবাঁ সকলো সৌৰভ আঁতৰি লুকাবাঁ; মই-তোমাৰ কপট বুজিছোঁ এতিয়া, হেৰাকতনো মৰমবান্ধোন ছিগিল আৰু যে নাহিবাঁ কাল-কালত, সচা-চকুলো টুকিব লাগিব এদিন কত-জোৰা গান মোৰজোৰাতে থাকিল। অতীত সুমৰি; মিথ্যাভিমানত মোৰ-আশা-ঢেপাকলি লেৰেলি শুকাব মোৰ-নিভৃত বনৰ সুগন্ধি কুসুম জীৱন-লগৰী; নীৰলে সৰিল আৰু-তধা লাগি ৰ'ম বিশ্ব-ভাৱৰীয়া, | কাক-দিব খুজিছিলোঁ প্ৰণয়ৰ চিন, বিশ্ব-ভাৱনাত; মনতে থাকিল। যাম নিতে পিছ পৰি নিজ জীৱনৰ শুনাৰ কালৰ আগমনতেই কম বাসনাত। বিজুলী যি দৰে কত-নিৰাশ ৰাগিণী জীৱন-কুঞ্জত আহি-মেঘৰ হৃদয় কঁপায় মধুৰ তেতিয়া বাজিব; পুলক সুধাৰে; মোৰ-চিন্তাৰ তৰণী ভৱসাগৰত ঠিক-তুমিও সিদৰে হঠাতেই আহি উটিব-বৰিব। অন্তৰ কঁপাই তুমি বাসন্তী কুলিৰ পঞ্চম তানেৰে হেৰা-দিছাঁ দৰিশন বিজুলী বেশেৰে, হিয়া যে মুহিছাঁ; মৰম লগাই শত-সুখৰ সপোন দেখুৱাইমোক যোৱা-নিউ ছলিব নোৱাৰা ইদৰে বলিয়া কৰিছাঁ ভাবুকি দেখাই; পিছে-হিয়া চুৰ কৰি মন কাঢ়ি লই মোৰ-অতি আদৰৰ মানসী প্ৰতিমা, অলক্ষে পলাব; মাগিলোঁ বিদায়। ১৯১৬ 3