পৃষ্ঠা:এমুঠি গীত আৰু কবিতা.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চতুৰ্থ - মাধুৰী যিটি হাঁহি মাৰি মন মুহিছিলাঁ, নবজাবাঁ সেই বীণখনি পুনু, নামাৰিবা সিটি হাঁহি; ছিগক চেনেহ-তাঁৰ; যিটি বাঁহী বাই পৰাণ ভুলাল, | মচি থই দিয়াঁ আবেগৰ কথা, নবজাব সিটি বাঁহী নিদিবা আশাৰ ঠাৰ। যিটি চেনেহৰ চকামকা ৰেখা মিছা টুটুৱনি, মিছা ফুলনি, হৃদয়ত দিলা আঁকি, মিছা মধুময় গান; মোহাৰি পেলোৱাঁ তাৰ চিন-চাব, | বুজিলোঁ এতিয়া কপট সকলে, নাৰাখিব একো বাকী মিছাতে মুগুধ প্ৰাণ। যিখনি বীণৰ মধুৰ বাগিণী, নিয়াঁ ওভতাই আদৰ-চেনেহ। প্ৰণয়-ছন্দেৰে গাঁথা, সকলো তোমাৰ দান; শুনি ভাবিছিলোঁ ছায়াময়া যেন মাথোঁ থই যাবাঁ তাৰ সোঁৱৰণি, কোনোবা কালৰ কথা প্ৰেমৰ নিজাপী মান। সমিধান মোক-মায়া-ছলনাৰে ছলিব খুজিছাঁ,। মই-সেই ভাবুকিৰ মোৰকে নাপাই এতিয়া বুজিছোঁ; দেখিছোঁ ত্ৰিভূমি মই-অনাহকতেই সকলো তিয়াগি জানা আপোন কৰ্তব্য পাহৰি পেলাওঁ তোমাকে জপিছোঁ। তোমাতে লাগিয়ে; সচা-তোমাৰ মধুৰ কপট হাঁহিত চোৱা-দিনৰে দিনটো সকলো পাহৰোঁ; তোমাকে আৰাধি তুমি-বিজুলীৰ দৰে আঁতৰি গলেও ফুৰিছোঁ এনেয়ে। সাদৰে আদৰোঁ। হায়-চেচনি হাতেৰে তোমাক সাবটি আকৌ-মায়াৰ মোহেৰে মিছাতে ধৰিছোঁ; কত কি ভাবুকি তুমি-যাবাঁ অলক্ষিতে হিয়া শুদা কৰি দেখুওৱাঁ তুমি; নিশ্চয় জানিছোঁ। ৩৭