পৃষ্ঠা:এমুঠি গীত আৰু কবিতা.pdf/৩৭

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভুল নে এই যে ধৰাত ফুলে পাছত শুনিলোঁ, মাথোঁ চামে চামে বিতোপন ফুল, ব্ৰহ্ম সত্য, ই জগত মিছা। তাত যে বিতত হই জগতৰ তুমি মই পৰে আহি অলি বিয়াকুল; মিছা? মিছা এই প্ৰণয় বিপুল? এই যে বিহগগীত, হেৰা সখি, পাৰে জানো বতাহত কল্পনাৰ বেণু, ভাল পোৱা হব কিবা ভুল?? তাত যে সুদূৰ দূৰ কৰবাৰ ভাহে গীত-ৰেণু; ভুল যদি ভাল পোৰা, বিনন্দীয়া সংসাৰৰ তেন্তে, সখি, আৰু কাম নাই এনে হেন গৰিমা অতুল দুবাহুৰ বান্ধ ছিঙা, কোৱাঁ, সখি, সচাকৈয়ে দিওঁ আজি প্ৰেমক বিদায় জানো এই সকলোটি ভুল? নাকাঢ়িবাঁ হুমুনিয়া, নুটুকিবাঁ আৰু চকুপানী; পোনতেই ভাবিছিলোঁ— আমনে-জিমনে তেনে তুমি মোৰ কল্পনা, আগত; হোক আজি দুইৰো মেলানি - দুদিন অন্তত চাওঁ। প্ৰবোধ পাহৰি পুনু তুমি ধন, হিয়াৰ মাজত চাৰি ওঠ সঙ্গম-আকুল তুমি সঁচা, মই সঁচা; কপে হিয়া কোৱাঁ সখি, | সেইদেখি দুয়ো মহা সঁচা ইও নে কি, ইও নে কি ভুল?? যেন নাপাহৰাঁ ১৯২৪ সখি অই! কিনো বিপৰীত তেও সখি, তেও সখি হেৰা চাই থাকোঁতেই দেখে মোৰ এই নিশা উজাগৰ, হঠাৎ থমকি বল? এই মউ ক্ষণ মিলন, যৌৱনৰ দীপক সঙ্গীত একেবাৰে যেন নাপাহৰাঁ দুবাহু বান্ধ ঢিলা হল, বিদায়ৰ বেলিকা গালত অধৰৰ অমিয়া শুকাল যিটি চুমা ৰ'ল আধা-খোৱা মিছা হ’ল নৱ অভিসাৰ, তাৰো যেন কৰুণ মিনতি দশোদিশ হ’ল ফৰকাল একেবাৰে পাহৰি নোয়োৱ ৩৬