পৃষ্ঠা:এমুঠি গীত আৰু কবিতা.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তেওঁ মই দুৱাৰৰ দা নিশাৰ ই তবধতা ভেদি দিছোঁ হেৰা, এনে দৃঢ় কৰি, বাৰেপতি খুলক লগােৱাঁ। মজিয়াত মানৱ-পিশাচে কত আৰু সহিম আমনি নােৱাৰেহি দিব যেন ভৰি। যিবা পােৱাঁ নিয়াঁ বাৰু হৰি ; তথাপি যে তুমি আক’ আহি ধৰি হ'লে প্রেম-পিঞ্জৰাত ঘনে ঘনে সহাৰি বুজোৱাঁ, কাহানিবা থম বন্দী কৰি মানসী লৰ মাৰি কাষলই নাহিবাঁ, এনেয়ে ভেশচন কৰি ফুৰে গিয়ানে তেতিয়া, ফুৰিবাঁহি আলেঙে আলেঙে ; ফাকি তাৰ-নাহং কৰােমি'। কিয় তুমি কৰা মােক ইমান মৰম, এয়ে জানা সংসাৰৰ ৰীতি প্ৰৱঞ্চনা ; কথা এনে কোৱাঁ হাঁহিৰঙে’? তাৰ কিন্তু উমানেই নাই কপটীয়া চিত মােৰ কি বুজিবা তুমি, | সেই বাবে কওঁ পুনু, মােৰ কপটতা তুমি হ’লা নিছেই সৰল ; কি মতেননা বুজিবা, সােণাই। কুমলীয়া বয়সত বুজি পােৱা নাই তুমি মােৰ সুপৱিত্ৰ সােণৰ পুতলা, মৰমত থাকে যে গৰল। নাই ক’ততা মলিনতা-ৰেখা ; সেইদেখি পতিয়ন নাযাবাঁ সােণাই, পূজিম তােমাক মই হিয়াৰ মাজত, মােৰ এই সকলাে কথাত ; কল্পনাত দিব আহি দেখা। সৱাওতে সনা আছে 'ভাষাৰ ৰহন, কোনেও নেদেখাই তােমাৰ বাবত তুমি তাত নাযাবা সজাত। হুমুনিয়া’ এটি কৰ দিম ; মােৰ জ্ঞানবুদ্ধি কিম্বা মান-সম্মানত তাকে তুমি মােৰ বুলি ধৰিলে, লাহৰী নকৰিবা সমূলি নিৰ্ভৰ ; মই এই সংসাৰ তৰিম। সকলােটি ছলনাৰ ঢাকনি মাথােন, কেতিয়াবা প্রতিধ্বনি শুনিলে তােমাৰ, নুবুজিব জ্ঞানৰ গহ্বৰ। দূৰ হ’ব বিষাদ-কালিমা ; যেতিয়া বিবেক ধীৰ নিদ্ৰাত মগন, আন মাত একো নাই, বুলিম মাথােন ধৰমৰ নুশুনি উৰুমি ; জীৱনৰ মানসী-প্রতিমা।