পৃষ্ঠা:এমুঠি গীত আৰু কবিতা.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ইন্দ্রধনু সহানুভূতিৰ বীণ ললিত তানেৰে | ছিঙি মৰমৰ বান্ধ হঠাতে এদিন হৃদয়ত উঠিছিল বাজি, মইনাও কেনিবা উৰিল ; নিস্বার্থ প্ৰেমৰ যত সৰল মাধুৰী সপােনৰ সুৰ হ'ল জীৱনৰাগিণী, পৰস্পৰ হিয়াত বিৰাজি। চিত মােৰ লগতে হৰিল। ১৯১৪ শকুন্তলা প্রকৃতিৰ ৰম্য কাননত পুৰুষৰ কঠিন হৃদয়, ধনু লই মৃগয়া কৰোঁতে ; পাহৰিলে সকলাে বান্ধনি ; দেখা পালে প্রকৃতি-জীয়াৰী “তুমি মােৰ বুলি কবলৈকো যৌৱনৰ জপনা কাষতে। দুষ্মন্তৰ মনৰ নাটনি বন-পহু বনৰ লতাৰে নাই আজি সেই দিব্য বন, শকুন্তলা দেৱীয়ে সজায় ; নাই তাত সেই বন ৰাণী। নিজকেই বনৰাণী পাতি নাই কেও শুনে কাণ পাতি, প্ৰকৃতিত মিলন ৰজায়। প্রেমিকৰ মউসনা বাণী। দুষ্মন্তৰ প্রণয়-শৰত বন-পহু লগে লই আৰু বিদ্ধ হই ৰ'ল বন-ৰাণী ; কেৱে আজি হিয়া উদঙাই সাধ্য নাই কিৰূপে এৰায় | প্রিয়ম্বদা অনুসূয়া সতে আওকাণ কৰি প্রেমবাণী। হাঁহি-মাতি কাল নিনিয়ায়।

চোৰ হৃদয়ৰ দুৱাৰত আহি | কিয় বাৰু আহি আচম্বিতে মাজ-নিশা কোনে খুন্দিয়ায় ? ভাঙিলাহি মােহন সপােন চকু দুটি আধা, মেলোঁতেই মায়াময় ভাবত ওপঙি চাঁতকৰে পুনু গুচি যায় মেলিছিলোঁ সুখৰ দাপােণ। অমানিশা টোপনি কোলাত সকলােটি চুৰ কৰি মনে কত সাজি-পাৰি থাকে; ওলালাঁহি এনে সময়ত ? কল্পনাৰ বিচিত্র তুলিৰে নাই হেৰা, একোৱেই নাই সুখৰ মােহন ছবি আঁকে। মােৰ এই ভগা বাহৰত।