পৃষ্ঠা:এমুঠি গীত আৰু কবিতা.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দিখৌৰ বুকত প্রতিমা এৰিলোঁ, বুৰবুৰণিটি আহি কিবা ক'লে তাৰ বুকৰ বেদনা লাহে লাহে হাঁহি হাঁহি হিয়াৰ আমঠু ক’লা পৰি গ'ল বুজি মৰমৰ ধাৰ ; খন্তেক পাছতে লাহে লাহে গ'ল বুৰবুৰণিটি মাৰ। হাততে হেৰাল দেবী প্রতিমা, ৰূপটি হিয়াতে ৰ'ল ; | হিয়াতে ওলাই, হিয়াতে সােমাই, হিয়াতেই মাৰ গ'ল। i ১৯১৫ পখিলা পুলকিত বসন্তৰ কিৰণ-মার্গত | উৰি গ'ল আজি সর কল্পনা-পখিলা, নাচি নাচি উৰি ফুৰে ৰূপহ পখিলা, নাচি-হাঁহি সকলােটি দিহাদিহি গ'ল ; লাহে লাহে লীন যায় কালৰ গৰ্ভত | জীৱন বুৰঞ্জী-পাত জপালোঁ এখিলা, জীৱন বুৰঞ্জী-পাত জপাই এখিলা। | সকলাে বিয়নী-মেল থানবান হ’ল নাচি হাঁহি ফুৰোঁতেই হঠাতে লুকায় ; বাঁহীৰ মাতটি শুনি টোপনি ভাগিল ; ভবিষ্য সমল ফেৰা থিতাতে ঢুকায় নতুন নতুন ভাব হিয়াত জাগিল। হিয়া-তলি উবুৰাই উদাস প্রাণেৰে এতিয়াও সােণােৱালী স্মৃতিৰ পথত পখিলাৰ লগতেই উৰিব খােজোঁতে, নচা-ইহা সিহঁতক দেখিলে দুনাই, কোনােবাই মউসনা কোমল মাতেৰে কিবা এটি ছবি জ্বলে মানস-পটত, কাণে কাণে কই গ'ল, মৰোঁ মৰমতে’ | জগত কল্পনাময় দেখোঁ পুনৰাই। কত কথা ক’ব এনে এফুট ভাষাৰে | কোননাে সিহঁত মােৰ, ভাবিয়ে নাচাওঁ; কাণ পাতি ৰই থাকোঁ শুনিব আশাৰে। মােক ভাল পায় আৰু ময়াে ভাল পাওঁ। ১৯১৭ সন্ধ্যা সময়ত ৰান্ধনী বেলিৰ হেঙুলী জেউতী আটক ধুনীয়া এই চিত্রখনি দিখৌৰ বুকুত পৰে ; দেখিব নােৱাৰি পাছে দিখৌৱেও তাক ৰঙতে সাবটি সন্ধ্যা আউটীয়ে এই জগতক গাভৰুৰ বেশ ধৰে। মলিন কাচোনে’ কাচে।