পৃষ্ঠা:এমুঠি গীত আৰু কবিতা.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ইন্দ্রধনু সেইদেখি কওঁ মই, হালি-জালি কথা কই নাচাবি পদুম আৰু, নাবান্ধিবি স্নেহলাৰু আজলী পদুম অই নােমমাহিবি প্রাণ তই। এৰি দে, এৰি দে অই আজলী পদুম অই | প্ৰাণৰ পদুম মােৰ, তই এনে মন-চোৰ পুখুৰী শুৱনী কই কাবউ কৰিছোঁ মই। থাক, অপদুম, তেনে; নকৰ মুগুধ এনে অজলী পদুম অই জুন, ১৯১৫ ঢেপাকলি অন্তৰৰ আধাফুলা আশা ঢেপাকলি | মাণিকি-মধুৰি ঠন দেখিলেই তাৰ লাহে ধীৰে ফুলিব খুজিছে ; হিয়াখনি কেনে শাঁত হয় ; মিচিকাই কলিটিয়ে গােলাপৰ দৰে | আতুৰ প্ৰাণততা লভোঁ এফেৰি জুৰনি, প্রণয়ৰ আভাস বুজিছে। আনন্দৰ ধীৰ সােত বয়। আদৰ-পৱনে যেন মাধৱীলতাক নপৰি জুই সেই আশা-ঢেপাকলি নচুৱাই বৰ ৰঙ পায় ; দুপৰীয়া ৰিৰহ-তাপত? উলাহতে অন্তৰৰ ঢেপা কলিটিয়ে বুকু জুৰ কৰা সেই কোমল হাঁহিটি হিয়া-তুলি দিয়ে উবুৰাই। নুলুকাব লাহৰী মুখত? জীৱনৰ যত আশা, ফুলৰ ৰহন ; মলয়াত উটি অহা কৰবাৰ সেই ফুলি উঠে আবেগ বাঢ়িলে ; প্রেম-গীত ৰিণিকি ৰিণিকি, জঁই পৰে সাদৰৰ আদৰ-মালতী নাযাব নহয় মাৰ শূন্যৰ কোলাত নিশাৰ পৰশ লাগিলে। লাহে লাহে ঢিমিকি ঢিমিকি? দেৱী প্রতিমা সাজিলোঁ যতনে দেবীৰ পতিমা, পূজিলোঁ আদৰ কৰি ; পূজাৰ শেষত বিসর্জিবলই নিলোঁ তাক নিজে ধৰি। মাটিৰ প্রতিমা দিলোঁ উটুৱাই, তাৰ নাে কি আছে মােল ? অন্তিম বেলিকা চকুটি ফুৰালোঁ, সেয়াহে আতােল-তােল।