পৃষ্ঠা:এমুঠি গীত আৰু কবিতা.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সফুৰা মলয়ে হালি-জালি, ধৰে ধৰা আহাঁ হে, নাচাঁ হে, বাজাঁ বেণু বাজাঁ আঁকোৱালি- লাচে লাচে উঠে নাচি স্নেহ-হৰী চৌচল্লিশ মিচিকি লাজেৰে কোনে হাঁহে? হাঁহিছে তৰাৰ থুল- লাজৰ ওৰণি কোনেনাে টানি | লাজৰ ডাৱৰে জোনাই আবৰি গােপন বেশেৰে আহে কৰি তােলে বিয়াকুল। সঘনে কঁপিছে হৃদয়ৰ তাঁৰ, | ভাবৰ জুৰিটি নেভেটিব আৰু, ভাবৰ জুৰিটি ভৰি উঠে পাৰ ; জীৱনে-মৰণে ব’ব ; টলবল কৰি আবেগ জনায় শূইনে-বিমানে মিলনগনে। সােণৰ কমল-পাহে। সুখৰ ছবিটি ভাহে। ১৯২২ পঞ্চচল্লিশ প্রাণবনে পৰম যতনে | উজলি উঠে মিলন-আশা- গাঁথিছাে এই প্রেম-“থা ; গােৱা প্রেম গান, এৰাঁ অভিমান, প্রেম-সুষমা, প্রেম-মধুৰিমা, (লােরাঁ) চেনেহ-গঁথা, সানিছোঁ মনােবেথা। বিৰহ-বেথা ; চউদিশে চোৱাঁ হাঁহিছে নিশা কোৱাঁ মনােকথা।। ছয়চল্লিশ কিবা সুখ-সুমাৰে বলিছে উজান ধৰাত হাঁহি, বায়ুত বাঁহী, যত জোনাকী জিকিমিকি টানিয়ে মিলিছে কিহৰে নিয়ে প্রাণ। বিলাই হিয়া প্রেম-অমিয়া উগুল-থুগুল মৰত হাঁহিৰে, কৰা ৰঙ্গে পান।। ঢৌৱায় হিয়া হাঁহিৰ লহৰে ; ছয়চল্লিশ গােৱাঁ এটি গান, প্রাণ-পুতলা। বাজিছে অমৰ ভেৰী জীৱন-মৃদঙ্গ, কত আবেগেৰে আজি হিয়া উতলা মন্ত্রমুগ্ধ আজি চোৱাঁ প্রণয় কুৰঙ্গ ; এৰাঁ ব্যথা,