পৃষ্ঠা:এমুঠি গীত আৰু কবিতা.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সফুৰা ভ্ৰমৰবৃন্দ-চুম্বিং পৱিত্ৰ-মনােহাৰিণং শােভন-গন্ধ কমলং শৃণু ৰে সুখ-সংগীত মধুৰমিদং কূজন নবীন-সর্ব-সুন্দৰং শৃণু ৰে সুখ-সংগীতম্।। বিমন পুষ্প-কাননং কুসুমগন্ধবহনং প্রকৃতিবীণাবন্দিতং পশ্যেমং মৃদুপৱনং শৃণু ৰে সুখ-সংগীত কোকিলকুল-কৃজিতং হীৰকৰবি-ভূষণং শৃণু ৰে সুখ-সংগীত নির্মলনীল-গগনং শােভতে তৃণশ্যামলং অনিল-শঙ্খ নন্দিতং মধুৰ-মৃদু-কোমলং শৃণু ৰে সুখ-সংগীত ফেব্ৰুৱাৰী, ১৯১৯ ওপৰঞ্চি একচল্লিশ কিবা নৱ ৰাগে’ ই জীৱন-যৌৱন মােহ জাগে | উথলি অধৰ মধু, কত নর কিশলয়ে, যৌৱন-মােহ জাগে ১৯২১ বিয়াল্লিশ কতনাে সহিম কত স্মৃতি গান আহে বিণি, আশাৰ ছলনা অতীত অঞ কাহিনী- মােৰ কোমল অন্তৰ, নিৰাশ শােকৰ কত স্মৃতি আহি মােৰ প্ৰাণত জগায় জাগে বেদনা। যৌৱন-যাতনা বাৰু, তিয়াল্লিশ অধৰে অধৰে ঢাকি অধৰ-মাধুৰী, পুণ্য পীযুষ পিয়া সাদৰ-সাদৰী। পরনে পৱনে আজি কোনে উঠে চিঞৰি তৃণ-তৰু বনলতা কঁপি উঠে শিয়ঁৰি ; ১৯