পৃষ্ঠা:এমুঠি গীত আৰু কবিতা.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সফুৰা মাতিছে মদনে, 3 মিলন-পীযুষে ভৰে প্রেম-পিয়লা।। | মধুৰ গীতেৰে মাৰা বিৰহ-পােৰণি ; গধূলি-গােপালে আৰু নাটানা ওৰণি প্রাণে প্রাণে গাঁথি লওঁ গীতি সুৱলা। এপ্রিল, ১৯১৯ আঠচল্লিশ বৃন্দাবনে বাজে মুৰুলী- ক’বাঁগে সাদৰে মৃদু মলয়াই- শুনি সি মুৰুলী, নাচিছে বিজুলী, আহিছে গােপিকা সংজ্ঞা লাগিছে উদুলি-মুদুলি। হেৰুৱাই; সন্ধিয়া বায়ুৱে কিনাে হেঁপাহৰ গলে বনমালা দিব গােপবালা, বাতৰি বিলালাঁ মধু মিলনৰ- যাচিব প্রাণৰ আঁজলি। যশােদানন্দনে, সখিয়া, মাতে গােবিন্দাই, পীতাম্বৰ বনমালী। বজোৱাঁ মঙ্গল উৰুলি।। এপ্রিল, ১৯১৯ উনপঞ্চাশ সখিয়া নামাৰ নয়ন বাণ কুঞ্জ বনত, তৰাৰ মাজত মদনৰ পঞ্চশৰে দহিছে পৰাণ। প্ৰেমৰ মহাগান, সুৰুষৰ কিৰণত, সােণােৱালী মিলনত তাতে তােমাৰ ফুলাম আসন, বিৰহীয়ে পালে প্রাণ ; লােৱাঁহি শীর্ষস্থান। ৰহ-আদৰে, মাতিছোঁ সাদৰে, দিয়াঁহি জীৱদান।। এপ্রিল, ১৯১৯ পঞ্চাশ আজি হৃদয় দিয়া বুৰাই নতুন ৰবি শশী আজি ই মিলন প্রেমৰ বাণেৰে ; থাকক নিখি ; মােৰ গােটেই জীৱন উঠক জিনি আনন্দ-গান বাজক অতল নিফুট গানেৰে। কঁপে ঘনাই পৰাণ তনু- পূৰক আজি প্ৰাণৰ ক্ষুধা, কৰাঁ মুগুধ প্রতি তনু- অনন্ত কাল লাগক তধা- বজাই তােমাৰ হৃদয়-বেণু পান কৰোঁ মিলন-সুধা মধুৰ তানেৰে যুগল প্রাণেৰে। হৃদয়-পশি