পৃষ্ঠা:এমুঠি গীত আৰু কবিতা.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সফু মাগিছাঁ মেলানি আজি, কি সতে নাে যাব ত্যজি- বিন্ধিব লাগিছে হিয়া সকরুণ আহিলাঁ আমাৰৰা হীৰা তাকো যাতে নাপাহৰাঁ,- উপহাৰাে এয়ে মাথোঁ, ৰবাঁ সদা ১৯১৭ ত্রিশ আজি তােমাৰ বিনে গগন প্রকাশ বাহিৰ ওলাই দেখে কি যে হল, চন্দ্র-বিহীন পূর্ণিমা-আকাশ। বর্ষা-মেঘত চন্দ্র লুকাই গল নুমাওঁ নুমাওঁ আশাৰ তৰা, অচিন পথৰ সাৰথি হায়, আন্ধাৰময়ী দেখোঁ ধৰা ; কোনে পন্থা নিব দেখাই?- জাতীয় পথ উজ্জ্বল কৰাঁ তােমা-বিনেও ৰ সহায় চন্দ্ৰ অৱকাশ ত্যু স্মৃতি-আভাস। চন্দ্র-বিহীন পূর্ণিমা-আকাশ।। চন্দ্র-বিহীন পূর্ণিমা আকাশ। একত্রিশ আহাঁ হে সকলাে জননী-হিয়াৰ প্রেম-নীৰে ধুই জননী-চৰণ, আশা-ভৰসাৰ সত্য স্থল ; কাৰোঁ আহাঁ সত্য মণবৰণ ; সাদৰি মাতিছে জন্মভূমিয়ে। প্রাণ বলি দিও লভিব পাৰিম সকলাে সমাজসেৱক দল মুক্তি-অমৃত-ফল। সমাজ-সেৱাই জানিবা ধ্যান, দিয়া উৰুৱাই ভেদাভেদ জ্ঞান জন্মভূমিয়েই সকলাে জ্ঞান ; সুখীয়া-দুখীয়া, হিন্দু-ইছলাম ; স্বদেশ ভক্তি,স্বদেশ মুক্তি, জননী-সন্তান সৱে একে প্রাণ, স্বদেশ আত্মবল।। গুচোৱা মনৰ মল।। ১৯২০ বত্রিশ পাহৰণি সুৰ ততীত মধুৰ, বাজিছে দুনাই ততীত জগাই পুৰণি বীণাৰে পাহৰা তান ; শুনি তালে তালে নাছিছে পৰাণ।