পৃষ্ঠা:এমুঠি গীত আৰু কবিতা.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সফুৰা আনন্দ ঢলি পৰিছে উথলি লভি মিলনৰ মউসমিধান ; পাহৰা সুৰেৰে সুৱদী তানেৰে গাওঁ আহা আজি মিলন-গান। নাচক প্রকৃতি শুনি মধুগীতি, প্রবীণ ভাবেৰে উজ্বলে বয়ান ; নতুন আশাৰে, নতুন আলােৰে অতীতৰজনী কৰাঁ অৱসান। তেত্রিশ বাজে কি সুৱদী সুৰে জীৱন-ৰাগিনী, | তােলাঁচো আকউ দেবী, লহৰী সুৰৰ, নাচে কেনে কিৰণ-মালিনী আদৰিছোঁ আজি সরে মিলি ; শান্তিৰ পতাকা আজি উৰুৱাঁ উলাহে, | নবীন সঙ্গীত শুনি পমিব ৰাণ, সেৱে দেৱী-চৰণ-দুখানি। পাহৰিম খিয়লাখিয়লি। বাজিছে নিফুটে আজি মুৰলী আশাৰ, | মাতিছোঁ কাতৰে তযু মুখ সন্তানে নাচাঁ সৱে উলাহেৰে নাচাঁ হে। আহাঁ আই, আপােন গুণেৰে ; শুনাচোঁ পৱিত্ৰ সুৰ নৱ জীৱনৰ লােৱাঁচো হিয়াৰ অর্ঘ্য, বৰষা অমিয়া, পূজোঁ দেৱী কবিতা রূপিনী। বীণাপাণি বাসন্তী গােসানী। চৌত্রিশ ৪/২/১৮ লােৱা কুসুম অঞ্জলি আৰতি হিয়াৰ ; তােমাৰ বীণাৰ ৰৱে, নাজানাে পূজিব পদ-কমল তােমাৰ। মিলিছোঁ উলাহে সৱে, নবীন জীৱন-গীতি, গুচোৱা ঢাকনি আই। আপােন মায়া।। বৰষাঁ গীতেৰে তযু অমিয়া আধাৰ।। ধৱল কায়াৰে আজি, মায়াত মুগুধ প্রাণ, আহিছাঁ প্রতিমা সাজি, বিতৰাঁ তােমাৰ জ্ঞান, স্বৰগে মৰতে উঠে বীণাৰ জোঁকাৰ।। থাপিছোঁ হিয়াতে দেবী ৫/২/১৮ গােসানী আমাৰ।। পয়ত্রিশ মল ধৱল কায়াৰে দেৱী, কি পুণ্য প্রীতি বৰষে, আহিছাঁ কি শুভ লগনে। সমীৰে নৱ জীৱনে। মধুৰ ৰ্মিলন-প্রীতি,