পৃষ্ঠা:এমুঠি গীত আৰু কবিতা.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সঁফুৰা চোৱাঁহি প্ৰাণত আশাৰ লতাটি পৰিছে ৰঙতে ঢলি, সকলাে হিয়াৰ গৌৰৱ তুমি, আশাৰ কুসুম কলি।। আহিলে শৰত লাগিব এদিন জীৱন-তৰুতে গুটি, গােটেই ভাৰতে ছিঙিৰ তােমাৰ তাৰে গুটি এটি এটি। এতিয়া তােমাৰ ডালে ডালে উৰি ফুৰিছে গুঞ্জবি অলি ; সকলাে হিয়াৰ গৌৰৱ তুমি, আশাৰ কুসুমকলি।। সাতাইশ মানসবনৰ কুসুম তুলি চাব তােমাৰ জন্মভূমি ; দিছোঁ উপহাৰ ; ৰাখাঁ তাকেই মনত তুমি, লােৱাঁ আমাৰ মঙ্গল-ভৰা ই বাঞ্ছা আমাৰ। হৃদয়-সম্ভাৰ। লােৱাঁ আমাৰ মঙ্গল-ভৰা আশাৰ বাটে নিউ জুমি বিদায়-সম্ভাৰ।। আঠাইশ কৰুণ শােকৰ উঠে ধ্বনি নিৰাশ প্রাণে ! অসহনি শােকে আজি হিয়া দহিছে ; বিৰহ ভাবত ভাগে অন্তৰ ঘনে ঘনে। স্নেহৰ পাশে আমাৰ হিয়া বন্ধা আছে। বিদাৰিছে হিয়া আজি, ভালে ৰাখে তযু দেহাষ। গুৰুৰ বিৰহ-শােকত মজি, এয়ে মাথোঁ শুভ আশা ; বিনায় প্রাণে হিয়াৰ বেজাৰ শােক-গানে। দিছোঁ বিদায় কৰুণ-হৰ্ষৰ ঐক্য তানে।। ১৯১৭ উনত্রিশ নীৰৱ সুখ-শান্তি আজি কোনে জানাে আহিলাঁ আমমাদি ৰঙ্গে, ভাঙি দিলে ; মিলি সকলােৰে সঙ্গে ; মিলনে বিষাদ-গীতি কোনে জানাে গুৰু-ছাত্র সমভাৱে, কোনে জানাে বৰষিলে আতৰালে। ১৪