পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আসাম বুৰঞ্জী মানুহ বিলাকৰ পৰাক্ৰম ক্ৰমে বাঢ়ি অহাত দুল্লৰ্ভব আশা নিবাশ এতেকে আমি এতিয়া সেই জাতি মানুহৰ বিবৰণ সংক্ষেপে হ’ল। লেখোঁ।* ৩৮ চণ্ডীবৰ প্ৰমুখ্যে ভূয়া সকল এই দেশলৈ অহাৰ সময় ১২২০ শঁক অনুমান হয় ‘অৰ্থাৎ চুকাফা ৰজা সৌমাৰ দেশলৈ অহাৰ প্ৰায় কিছু বছৰ পূৰ্ব্বে আহে৷ কিন্তু সেই সময় ইতিহাস যেনে অস্পষ্টতাৰ পৰা প্ৰকৃত সময় পোৱা বড় কঠিন — ৰাজধৰ শিৰোমণি ভূয়া হবৰ সময় ১২৫০/৬০ শঁক অনুমান হয়।