পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৮১ চতুৰ্দ্দশ অধ্যায় এইসকলেই অসম দেশৰ মুখ্য জাতি। ইয়াত বাহিৰেও বৈশ্য, ঝালো, মালো, শিখ প্ৰভৃতি কেতবিলাক জাতি এই দেশত ব্ৰিটিশ গবৰ্ণমেন্টে যেতিয়া এই ৰাজ্য লয় তেতিয়া পোৱা যায়। সিসকলত বাহিৰে গমনা- গমনৰ সুবিধা হোৱাত চাৰিওফালৰ পৰ৷ নানাদেশৰ নানাজাতি আহি আছেহি। যিবিলাক হিন্দু সিবিলাকে আনজাতিৰ স্ত্ৰীৰে সইতে সংসৰ্গ কৰাত যি সন্তান উৎপন্ন হইছে তাৰ অনেকেই মাতৃৰ জাতিৰ অন্তৰ্গত হই অসম দেশত প্ৰবৰ্ত্তি আছে। জাজ সন্তান মাতৃজাতীয় হয়, এই যে ব্যবস্থাৰ মূল নিয়ম, ইয়াৰ এই দেশত সুন্দৰ দৃষ্টান্ত পাব পাৰি।