পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৭৪ আসাম বুৰঞ্জী সব ইষ্টুয়াৰ্ট বেলী প্ৰধান কমিশ্যনৰ হয়। এওঁৰ দিনত বিশেষ কোনে৷ ঘটনা হোৱা নাই। নাগাহিলস্ জিলাব পলিটিকেল আফিসব মেং বটলৰ সাহাবক নগাই আঘাত কৰিছিল। কিছু দিনৰ পাছে মেং ডামাণ্ট পলিটিকেল আকিসৰক সেই জাতিয়ে কহিমাত বধ কৰে। পাছে আমদৰ নগৰে যুদ্ধ হয়। নগাই বড় বিক্ৰম দেখুৱালেও পৰাজিত হ'ল। কহিমালৈ জিল৷ নিয়া হ'ল। সৰ ইষ্টুয়াৰ্ট আন পদলৈ যোৱাত মৈং এলিয়ট সাহাব প্ৰধান কমিশ্যনৰ পদত নিযুক্ত হই আছে। যি যি ঘটন৷ এই সময়ত হইছে সেইবোৰ ইমান নতুন যে তাক বুৰঞ্জীত লেখা অপ্ৰয়োজন।