পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দশম অধ্যায় তাৰ দ্বাৰ| অনেক লোক আৰোগ্য পালে। তাতে সেই কানি বড় উপকাৰী বুলি সি সৈন্যৰ কাৰে৷ পৰ৷ গুটি লই প্ৰথমে তাৰ ক্ষোত কৰা হয়। তেতিয়াৰে পৰ| কানিৰ ব্যৱহাৰ হবলৈ ধৰিলে। আদিতে ঔষধ বা দৰব বুলি ডাঙ্গৰ লোকে খাইছিল পিছে ক্ৰমে দেশৰ এটা ভোগৰ বস্তু বুলি সকলোৱে ব্যৱহাৰ কৰিবলৈ ধৰিলে৷ বেলতলাৰ কানি বড় উত্তম বুলি প্ৰসিদ্ধ আছিল। আৰু সেই কানিহে ৰজা ঘৰলৈ গইছিল। কানি এবিধ মাদক বস্তু। সি প্ৰথমে ৰোগ নাশক দৰব সোমাই এতিয়া আপুনিয়েই ৰোগৰ মূল হই দেশক অধিকাৰ কৰিছে। ব্ৰিটিশ সেন্য আহিবৰ পূৰ্ব্বে বেপাৰ কৰা মানুহৰ পৰা বঙ্গাল দেশৰ কানি দেশত প্ৰকৃত ৰূপে দৰবৰ দৰে ব্যৱহাৰ হইছিল৷ ক্ষেতি নাছিল। সি সময়ৰ পৰাহে ইয়াৰ ক্ষেতি হবলৈ ধৰিলে। ১৬