পৃষ্ঠা:আসাম-ভূগোল.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( 9 ) খ্ৰীঃ ১৮২১ চনৰ পৰা অসমত মানৰ দিন হয়। দুয়োফালে যিবিলাক ঘূৰণীয়া আঁকে পূবা পশ্চিমাকৈ পৃথিবীক ব্যাপি আছে, সেই বিলাকক অক্ষৰেখা বোলে। দ্ৰাঘিমা ঃ—যিবিলাক ঘূৰণীয়া৷ আঁকে উত্তৰা- দক্ষিণাকৈ থাকি বিষুব ৰেখাৰ ওপৰেদি গৈ দুয়ো মেৰুক স্পৰ্শ কৰিছে, সেই ৰেখাবিলাকক দ্ৰাঘিয়া বোলে। °মেপ ঃ—কাগজত গোটেইখন পৃথিবীৰ বা তাৰ কোনো এক অংশৰ যি নক্স| অঁকা যায়, তাক ভূচিত্ৰ বা মেপ বোলে। মেপৰ ওপৰ ফলিক উত্তৰ, তল ফালক দক্ষিণ, সোঁহাতে পূব আৰু বাওঁ হীতে পশ্চিম বুলি ধৰিব লাগে। পৃথিবীৰ জল ও স্থলৰ বিবৰণ। পৃথিবীৰ ওপৰ ভাগত জল আৰু স্থল দুয়োবিধ আছে। স্থলতকৈ জল অনেক বেচি; অৰ্থাৎ এভাগ স্থল আৰু তিনি ভাগ জল। আকৃতি অনুসাৰে জল ভাগৰ বেলেগ বেলেগ নাম স্থল জল জল জল