পৃষ্ঠা:আসাম-ভূগোল.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

খ্ৰীঃ ১৮১৮ চনত মানে অসম দেশ ২য় বাৰ আক্ৰমণ কৰে। ৰেখা কল্পনা কৰিছে আৰু তাৰ পৰিধিক ( ঘূৰণীয়৷ জোহটোক ) ৩৬০ ভাগে ভাগ কৰিছে। সুমেক বিধববো কুমেক মেৰুদণ্ড :— -পৃথিবীৰ ঠিক সোঁমাজেদি যদি উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ এডালি শল| কৰা যায়, তেনেহলে সেই শল৷ ডালিকে মেৰুদণ্ড বোলে। বিষুব ৰেখা :—উত্তৰ আৰু দক্ষিণ মেৰুৰ পৰা সমদূৰত্ব অৰ্থাৎ গোলকৰ ঠিক সোঁমাজত “যি ঘূৰণীয় আঁকে পূৰ্ব্ব-পশ্চিমাকৈ পৃথিবীক বেঢ়ি আছে, তাৰ নাম বিষুব ৰেখা বা নিৰক্ষ ৰেখা।” এই ৰেখাই পৃথিবীক উত্তৰ৷ দক্ষিণাকৈ সমানে দুভাগ কৰিছে। অক্ষৰেখা :—বিষুব ৰেখাৰ উত্তৰে আৰু দক্ষিণে