পৃষ্ঠা:আসাম-ভূগোল.pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

bo ) নাজিৰা আসাম কোম্পানীৰ ঘাই আড্ডা। দিনজান, বৰবৰুৱ', আৰু ডিহিং। লাহোৱাল, ডিব্ৰুগড়, লেপেট্‌কটা, চেঁচা শিৱসাগৰ জিলাত—খট্‌খটি, ৰাজমাই, শিৱসাগৰ, গৌৰীসাগৰ, ছাৰী, নামদাং, জকাইচুক, জাঁজী, টিয়ক, কাক- জান, দিহ', মেলেং, হাতীগড়, কাকডোঙ্গা, ৰঙ্গামাটি, যোৰহাট, বিটিঃ, নেঘে- বাদুলীপাৰ, কাজী- কমাৰগাওঁ, বোকাখটি, ৰঙ্গ৷ আদি ঠাই। নগাওঁ জিলাত—কুঠৰী, দেওপানী, জখলাবন্ধা, ৰঙ্গাগৰা, নগাওঁ, বহা আৰু ধৰমতুল আদি ঠাই। কামৰূপ জিলাৰ ভিতৰত—নখোলা, সোণাপুৰ, গুৱাহাটি, ছয়গাঁও, পলাশবাৰী আৰু সিংৰা আদি ঠাই। গোৱালপাড়৷ জিলাৰ ভিতৰত—ধূপধৰা, দৰংগিৰী, কৃষ্ণাই, আগিয়া, লক্ষ্মীপুৰ, জমা-