পৃষ্ঠা:আসাম-ভূগোল.pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( 93 ) জালভাৰীৰ ৩ মাইল অন্তৰত সুপ্ৰসিদ্ধ বসুদেৱ স্থান আছে। মঙ্গলদৈ, ছিপাঝাৰ আৰু কৰুয়া- ঘাট এইবিলাক পাব পাৰি। কামৰূপ জিলাৰ ভিতৰত—বৰনৈ, ৰঙ্গিয়া নলবাৰী, ৰজালী, ভবানীপুৰ, কালঝাৰ আৰু ৰহা পাব পাৰি। গোৱালপাড়৷ জিলাৰ ভিতৰত —–বিজনী, সিদলী, দতমা, মইৰামৰা, বাইমানা, হলদি- বাৰী এইবিলাক পাব পাৰি। .কিন্তু এই উত্তৰ পাৰৰ বাটে চলা-ফিৰা কৰা কিছু কষ্টকৰ। ঠায়ে ঠায়ে বব হাবি আছে। দক্ষিণ ·টঙ্কৰোড-–এই ৰাস্তা সদীয়াৰে পৰা ধুবুৰী পৰ্য্যন্ত গৈছে; বৰ হুগম বাট। ই দীঘলে প্ৰায় মাইল। এই বাটেদি গলে যি যি ঠাই তাৰ নাম তলত পোৱ৷ যায়, দিয়া গ'ল। যেনে-- লক্ষীমপুৰ জিলাত—সদীয়া, চৈখোৱাঘাট, ডাঙ্গৰী, তিনহুকীয়া, বগডোঙ্গ', ডুমডুমা, মাকুম, পানীতোলা, চাবুয়া,