পৃষ্ঠা:আসাম-ভূগোল.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( 96 ) মণিৰাম দেওয়ানে প্ৰথমেই আসামত চাহ উলিয়ায়। বেলকুচি, পোড়াবাৰী স্থলচৰ, বেনানৈ*, আৰা- লিয়া, নগৰবাড়ী, আৰিছ৷ আৰু গোৱালন্দ। ইয়াৰ ভিতৰত * এই চিন দিয়৷ ষ্টেচনবিলাকত বহুত বেলিলৈকে জাহাজ ৰাখে; এই কেইটা প্ৰধান ষ্টেচন। বাম বাট—স্থলপথ। আসাম দেশত ঘাই বাট দুটা আছে। উত্তৰ টঙ্কৰোড আৰু দক্ষিণ টঙ্কৰোড। উত্তৰ টঙ্কৰোড—এইটো বাট প্ৰায় ৪০০ মাইল দীঘল; লক্ষ্মীপুৰ জিলাৰ পৰা ভাটীৰ ফালৰ জলপাইগুৰী জিলা- লৈকে গৈছে—এই বাটেদি গলে তলত লিখা ঠাইবিলাক পোৱা যায়। যেনে- লক্ষীমপুৰ জিলাৰ ভিতৰত—খেৰকটিয়া, ঢকুৱাখনা, জালভাৰী, উত্তৰ - লক্ষ্মীপুৰ, বিহু- পুৰীয়া, নাৰায়ণপুৰ এইবিলাক। দৰং জিলাৰ ভিতৰত——কলাবাৰী, গহপুৰ, হেলেম, বিহালী, তেজপুৰ, গাভৰু, ওৰাঙ্গ,