পৃষ্ঠা:আসাম-ভূগোল.pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( 49 সগব ৰজাৰ নামে সাগৰ হৈছে। 1 ৰেল এৰাৰ দহ মিনিট সময়ৰ আগেয়ে ষ্টেচনলৈ গ টিকট কিনিবগৈ লাগে। ডিব্ৰু-সদীয়া ৰেলৰ টিকটৰ ধন মাইলেপতি দেৰ পয়চা, অন্যবিলাক ৰেলৰ মাইলেপতি এক পয়চা কৰি লয়। (খ) পানীবাট—জলপথ। ডিব্ৰুগড়বে পৰা বঙ্গলা দেশৰ গোৱালনন্দলৈকে আসাম ডাক জাহাজ চলে তাৰে সদায় মানুহ আৰু ডাক অনা নিয়৷ কৰে, ডিব্ৰুগড়ৰে পৰা গোৱালন্দ- লৈকে এইবিলাক জাহাজ লগোৱা ষ্টেচন পায়; যেনে—ডিব্ৰুগড়, ডিহিংমুখ, ডিচাংমুখ, দিখৌমুখ, কমলাবাড়ী, ককিলামুখ, নেঘেীটিং, ধনশিৰীমুখ, বিশ্বনাথ, গমিৰীঘাট, বিহালীমুখ, কাঠনীবাৰী, শীলঘাট, তেজপুৰ, সিংৰীঘাট, বঙ্গামাটিঘাট, গুৱাহাটী*, শোৱালকুছি, পলাশবাৰী, খোলাবন্ধা, দলগোমা, গোৱালপাড়া, যোগীঘোপা, বিলাসীপাড়া, ধুবুৰীঘাট, ধৰলামুখ, বৌমাৰী, চিলমাৰী, বাহাদুৰা- বাদ, ফুলচাৰীঘাট, হৰগিলাচৰ, জুমাৰবাৰী, নিখিল, মদগঞ্জ*, জগন্নাথগঞ্জ*, আৰালিয়া, সিৰাজগঞ্জ,