পৃষ্ঠা:আসাম-ভূগোল.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭৬ ) খ্ৰীঃ ১৬৫৫ চনৰ পৰা অহন সকলে হিন্দুধৰ্ম্ম গ্ৰহণ কৰে। এইবিলাক ষ্টেচন পায়; যেনে–তেজপুৰ, ডেকাৰ- গাওঁ, বিন্দুগুৰি, চেঁচা, ঠাকুৰবাড়ী, বাঙ্গাপাড়া, বৰজুলি ও বালীপাড়া। গুৱাহাটীৰ পৰা ধুবুৰীৰ ফালে গোলোক- গঞ্জত লগাকৈ এখন ৰেল তৈয়াৰ হৈছে, তাত এইবিলাক ষ্টেচন পৰিছে। যেনে—গুৱাহাটী, আমীনগাওঁ, চাংসাৰী, বাইহাটা, ৰঙ্গীয়া, নলবাৰী, টিহু, সৰুপেটা, সৰভোগ, বিজনী, অভয়াপুৰী, বাহু- গাওঁ, কোকোড়াঝাড়, ফকিৰাগ্ৰাম, চেঁচাপানী, টীপকাই, বাঁশবাড়ী আৰু গোলোকগঞ্জ। ইষ্টাৰণ বেঙ্গল ষ্টেট্ ৰেলওয়ে—ধুবু- ৰীৰে পৰ৷ ভাটীৰ ৰংপুৰ জিলাৰ মোগলহাটলৈকে চলিছে; ধুবুৰী, গৌৰীপুৰ, বালীজান আৰু গোলোকগঞ্জ; আসাম গৱৰ্ণমেণ্টৰ অধিকাৰৰ ভিতৰত এই কেইট৷ ষ্টেচন পৰিছে। (৭) কোম্পানীগঞ্জ মাবিয়াঘাট৷ ৰেলওয়ে এই ৰেলে৷ ছিলেট জিলাৰ কোম্পানীগঞ্জৰে পৰা ভাটীৰ মাৰিয়াঘাটা পৰ্যন্ত চলিছে। সকলো ষ্টেচনতে ৰেলৰ টিকট কিনিবলৈ পায়।