পৃষ্ঠা:আসাম-ভূগোল.pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( 75 ) মিৰ জুলাই শেষবাৰ আসাম আক্ৰমণ কৰে। কমাৰবন্ধ৷ আলি, ফৰকাটিং, ওৱ।টিং, জামুগুৰী, বৰপথাৰ, বোকাজান, ডিমাপুৰ, ডিফলু, লামডিং, লঙ্কা, যমুন৷মুখ, কামপুৰ, চাপৰমুখ, ধৰমতুল, যাগীৰোড, খেত্ৰী, ডিগাৰু, পানীখাইটী আৰু গুৱাহাটী। তাৰে এটা শাখা—লামডিঙ্গৰে পৰ৷ কাছাড় জিলাৰ বদৰপুৰ ষ্টেচনলৈকে গৈছে, এই ফালেই কাছাড় আৰু বঙ্গল৷ দেশলৈকে। যাব পাৰি। (৩) যোৰহাট ষ্টেট্ লেওয়ে—ককিলামুখ জাহাজঘাটৰে পৰা আসাম বেঙ্গল ৰেলৰ মৰিয়নী ষ্টেচনলৈকে গৈছে, বাটত এই কেইটা ষ্টেচন পায়, যেনে—ককিলামুখ, গোহাইগাওঁ, পটিয়াগাওঁ, বড়িগাওঁ, যোৰহাট, চেনিমৰা, মৰিয়নী। তাৰে এক শাখা চেনিমৰাৰে পৰা আসাম বেঙ্গলৰ তিতাবৰ ষ্টেচনত লাগিছেগৈ। বাটত এই কেইট| ষ্টেচন পৰিছে; যেনে—চেনিমৰা, ৰঙ্গাজ৷ন আৰু তিতাবৰ। (৪) তেজপুৰ-বালীপাড়া ৰেলওয়ে—এই ৰে তেজপুৰৰ পৰা বালীপাড়ালৈকে চলিছে, বাটত